Commercial LPG Cylinder Prices Hike Today: দাম বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ

২৫ টকাকৈ বাঢ়িল প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম

lpg

Commercial LPG Cylinder Prices Hike Today:

লোকসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গ্ৰাহকক ৰামটাঙোন সোধাই কেন্দ্ৰীয় চৰকাৰে পুনৰ দাম বঢ়ালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

আজিৰ পৰা কাৰ্যকৰী হোৱা প্ৰতিটো বাণিজ্যিক ৰন্ধন চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি কৰে ৷ অৱশ্যে ঘৰুৱা  ৰন্ধন গেছৰ দাম বৃদ্ধি নকৰি সৰ্বসাধাৰণ ৰাইজক সাময়িক সকাহ দিয়ে ৷

Exit mobile version