SC Asks Kejriwal’s Party to Vacate Its Head Office:কেজৰিৱালৰ দলক মুখ্য কাৰ্যালয় খালী কৰিবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

app 1

SC Asks Kejriwal’s Party to Vacate Its Head Office:

আম আদমী পাৰ্টিৰ বাবে এক বেয়া খবৰ ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোক দিল্লীৰ ৰাউছ এভিনিউ ক’ৰ্টৰ সমীপৰ মুখ্য কাৰ্যালয় খালী কৰিবলৈ নিৰ্দেশ দিয়ে।

ADVERTISEMENT

আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পিছত আপৰ কাৰ্যালয় খালী কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে ডেট লাইন বান্ধি দিয়ে, ১৫ জুনত আপক মুখ্য কাৰ্যালয় খালী কৰিবলৈ সময় নিৰ্ধাৰণ কৰি দিছে।

ন্যায়ালয়ে কয়, এই ভূমি দিল্লী উচ্চ ন্যায়ালয়ক দিয়া মাটি আছিল ৷কিন্ত আপে বেদখল কৰিছিল ৷

Exit mobile version