Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Congress : কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি উপলক্ষে শ্ৰীনগৰত অনুষ্ঠিত সভালৈ ২১ ৰাজনৈতিক দলক আমন্ত্ৰণ

নিমন্ত্ৰণ নকৰিলে কেজৰিয়াল-কেচিআৰ আৰু বদৰুদ্দিন আজমল-আছাদুদ্দিন ওৱেচিক

publisher by publisher
January 12, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Congress : কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি উপলক্ষে শ্ৰীনগৰত অনুষ্ঠিত সভালৈ ২১ ৰাজনৈতিক দলক আমন্ত্ৰণ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Congress :

কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কেইবামাহ যোৰা’ ভাৰত জোড়ো যাত্ৰা’ৰ শ্ৰীনগৰত ৩০ জানুৱাৰীত সমাপন কৰিবলগীয়া সভাত অংশ গ্ৰহণ কৰিবলৈ দেশৰ প্ৰায় ২১ টা সম ভাৱাপন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গক আমন্ত্ৰণ জনাইছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আমন্ত্ৰণ ৷

ADVERTISEMENT

WhatsApp Image 2023 01 12 at 5.30.00 PMইতিমধ্যে কংগ্ৰেছ সভাপতি গৰাকীয়ে নিমন্ত্ৰণ কৰা নেতা সকল হ’ল টিএম চিৰ মুৰব্বী মমতা বেনাৰ্জী, জে এম এমৰ হেমন্ত সোৰেন, এছ পিৰ অখিলেশ যাদৱ, বিএছ পিৰ মায়াৱতী, আৰ জে ডিৰ লালু প্ৰসাদ-তেজস্বী যাদৱ, শিৱসেনাৰ উদ্ধৱ ঠাকৰে, বাওঁপন্থীৰ সীতাৰাম য়েচুৰী, এন চি পিৰ শৰদ পাৱাৰ, এ ডি এম কেৰ ষ্টেলিন,জে কে এন চিৰ ফাৰুক আব্দুল্লা আৰু জে কে পি ডি পিৰ মেহবুবা মুফতি।

কিন্তু আচৰিতজনক ভাৱে আম আদমী পাৰ্টিৰ মুৰব্বী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ দল জেডি(এছ) আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতিলৈ ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা নাই।

একেদৰে কট্টৰ মুছলিম নেতা তথা এআইএমআইএম নেতা আছাদুদ্দিন ওৱেচি আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলকো নিমন্ত্ৰণ কৰাৰ পৰা বিৰত আছে দেশৰ প্ৰধান বিৰোধী দলটি ৷

মনকৰিবলগীয়া যে কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ যাত্ৰাই বিৰোধী শিবিৰৰ লগতে পঞ্জাৱ পোৱালৈকে ৰাজনৈতিক পৰ্যবেক্ষক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷

এনে প্ৰেক্ষাপটত ৰাইজৰ ব্যাপক সহাৰী পোৱা বুলি দাবী কৰি কংগ্ৰেছ দলে ভাৰত জোড়ো যাত্ৰাৰ শ্ৰীনগৰৰ সামৰণি অনুষ্ঠান বিস্তৃত ৰূপত আয়োজনৰ প্ৰস্তুতি চলাইছে ৷

WhatsApp Image 2023 01 12 at 5.30.01 PMআনহাতে কংগ্ৰেছৰ জনসম্পৰ্কৰক্ষী সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ ২১ টা সম ভাৱাপন্ন দলৰ সভাপতিসকলক খাৰ্গেৰ আমন্ত্ৰণ কৰাৰ বিষয়ে টুইটযোগে সদৰি কৰিছে। খাৰ্গেই নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰে যে তেওঁলোকৰ উপস্থিতিয়ে যাত্ৰাৰ সত্য, সহানুভূতি আৰু অহিংসাৰ বাৰ্তা শক্তিশালী ৰূপত উপস্থাপিত হ’ব।

৩০ জানুৱাৰীত শ্ৰীনগৰত ভাৰত জোড়ো যাত্ৰা সমাপন অনুষ্ঠান মহাত্মা গান্ধীৰ স্মৃতিত উৎসৰ্গিত কৰা হৈছে ৷ যিয়ে ঘৃণা আৰু হিংসাৰ আদৰ্শৰ বিৰুদ্ধে নিৰন্তৰ সংগ্ৰামত ব্ৰতী হৈ উল্লিখিত দিনটোতে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

ইপিনে,কংগ্ৰেছ দলীয় সূত্ৰই নিশ্চিত কৰিছে যে আম আদমী পাৰ্টি, জেডি(এছ), ভাৰত ৰাষ্ট্ৰ সমিতিৰ লগতে ওৱেচি আৰু আজমলক শ্ৰীনগৰৰ সভালৈ আমন্ত্ৰণ প্ৰেৰণ কৰা হোৱা নাই।

অৱশ্যে বিৰোধী দলসমূহৰ সৈতে আপে সংসদৰ শীতকালীন অধিৱেশনত বিৰোধী দলৰ নেতা হিচাপে খাৰ্গেৰ দ্বাৰা আহ্বান কৰা এখন বৈঠকত অংশগ্ৰহণ কৰিছিল কেজৰিয়ালে।

কিন্তু ভাৰত জোড়ো যাত্ৰাত দেশৰ ২১ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৰ্গক আমন্ত্ৰণ কৰাৰ বিপৰীতে আপক নিমন্ত্ৰণ নকৰাৰ সন্দৰ্ভত কংগ্ৰেছৰ শেহতীয়া স্থিতিয়ে স্পষ্ট কৰে যে সাম্প্ৰতিক সময়ছোৱাৰ বাবে আম আদমী পাৰ্টিৰ লগতে জেডিএছ আৰু চন্দ্ৰশেখৰ ৰাওৰ পৰা সম দূৰত্ব ৰখাৰ পক্ষপাতী কংগ্ৰেছ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BHARAT JODO YATRAclosing ceremony programmeCongressGrand FinaleSri Nagar
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d