Gold And Silver Orices Rise Again:সোণ-ৰূপৰ পুনৰ মূল্যবৃদ্ধি

৬৩ হেজাৰৰ অধিক হ'ল স্বর্ণমূল্য

gold

Gold And Silver Orices Rise Again:

দেশৰ বজাৰত পুনৰ সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পালে। আইবিজেএৰ তথ্য অনুসৰি আজি প্রতি ১০ গ্রাম সোণৰ মূল্য ৬৫৭ টকা বৃদ্ধিৰে ৬৩,৪৭৩ টকা হ’ল।

একেদৰে ১৮ কেৰেটৰ প্ৰতি ১০ গ্রাম সোণৰ মূল্য আজি ৪৭,৬০৫ টকালৈ বৃদ্ধি পালে।

ইফালে, ৰূপৰ মূল্য আজি বৃদ্ধি পালে। প্রতি কিলো ৰূপৰ মূল্য মঙলবাৰে ৬২০ টকা বৃদ্ধিৰ জৰিয়তে ৭০,৫১৮ টকা হ’ল।

Exit mobile version