Prime Minister Narendra Modi arrives in Assam on a two-day visit:দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তেজপুৰ শালনীবাৰী বিমানকোঠত প্ৰধানমন্ত্ৰীক উস্ম আদৰণি মুখ্যমন্ত্ৰীৰ

hbs

Prime Minister Narendra Modi arrives in Assam on a two-day visit:

দুদিনীয়া ভ্ৰমণসূচীৰে আজি বিয়লী তেজপুৰ শালনীবাৰী বিমানকোঠত বিশেষ বিমানেৰে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বিমানকোঠ প্ৰধানমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ সৈতে হেলিকপ্টাৰৰেৰে উপস্থিত হয় কাজিৰঙাত ৷

নিশাটো আৰক্ষীৰ বিশেষ অতিথিশালাত নৈশযাপন কৰি শনিবাৰে পুৱাভাগত হাতী আৰু জীপ চাফাৰীৰে কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত প্ৰায় দুঘণ্টামান নৈসৰ্গিক দৃশ্য উপভোগ কৰিব ৷

প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণক লৈ কাজিৰঙাত গঢ়ি তোলা হৈছে নিচ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী

Exit mobile version