Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dibrugarh : ডিব্ৰুগড়ৰৰ কাৰাগাৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি : জেলৰ কাষত পাৰ্কিং বন্ধ!

publisher by publisher
April 25, 2023
in Assam, News
Reading Time: 2 mins read
0
Dibrugarh : ডিব্ৰুগড়ৰৰ কাৰাগাৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি : জেলৰ কাষত পাৰ্কিং বন্ধ!
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Dibrugarh :

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই ৯১ চনত পলায়ন কৰিছিল পাঁচ গৰাকীকৈ শীৰ্ষ আলফা নেতা! উল্লেখযোগ্য যে, বিগত আলফাৰ ভৰপক সময়ত এই কাৰাগাৰত বহু শীৰ্ষ আলফা কাৰাৰুদ্ধ হৈ থকাৰ সময়তে ১৯৯১ চনৰ ২৬ জুনৰ পুৱতি নিশা পাঁচ গৰাকীকৈ শীৰ্ষ আলফাই ৱাল বগাই পলায়ন কৰিছিল।

ADVERTISEMENT

বৰ্তমানে উক্ত কাৰাগাৰতে ৰখা হৈছে উগ্ৰ খালিস্তানী সমৰ্থকৰ মুৰব্বী অমৃতপল সিঙক। সোমবাৰে অমৃতপল সিঙক কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে ৩৭ নং ৰাষ্টীয় ঘাইপথৰ সলনি মোহনবাৰী-মাইজান পথৰে এটা ১৬ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলৰ সহায়ত এস্কৰ্ট প্ৰদানৰে ১১ খন গাড়ীৰ এক বিশাল কনভয়ৰ মাজেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা পাছতে অধিক বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

আনহাতেদি পঞ্জাৱ আৰু দিল্লীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি অমৃতপল সিঙৰ একাংশ সমৰ্থক ব্যক্তিয়ে হয়তো ডিব্ৰুগড়লৈ আহি কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি খালিস্তানী নেতাগৰাকীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিব পাৰে।

এনে ধৰণৰ তথ্যৰ পাছতে ডিব্ৰুগড় কাৰাগাৰৰ বাহিৰতো সকলো ধৰণৰ আইন-শৃংখলাৰ পৰিস্থিতি ৰোধ কৰিবলৈ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

তথ্য অনুসৰি, অহা ২৭এপ্ৰিলত (বৃহস্পতিবাৰে) দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হ’ব পঞ্জাৱৰ শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক সমিতিৰ ৩ জনীয়া আইনী পৰামৰ্শদাতা এটা দল।

ইয়াৰ পূৰ্বে যোৱা ১০ এপ্ৰিলত ডিব্ৰুগড় কাৰাগাৰত অধিবক্তা ভগৱন্ত সিং ছিয়ালকা, মনদ্বীপ সিদ্ধু আৰু ৰোহিত শৰ্মাৰে গঠিত দলটোৱে ডিব্ৰুগড় কাৰাগাৰত ৱাৰিছ পঞ্জাৱ দেৰ সদস্যসকলক সাক্ষাৎ কৰিছিল।

বৃহস্পতিবাৰে কেইজনমান ৱাৰিছ পঞ্জাৱ দে সদস্যৰ পৰিয়ালৰ সদস্যও ডিব্ৰুগড়ত উপস্থিত হৈ বন্দীসকলক সাক্ষাৎ কৰাৰ কথা,যদিও এতিয়ালৈ সেয়া স্পষ্ট হোৱা নাই।

বৰ্তমানলৈ কেৱল কাৰাবন্দী,খালিস্তানী সমৰ্থক তথা পঞ্জাবী ছবি জগতৰ অভিনেতা,প্ৰযোজক,পৰিচালক দলজীত সিং কালছিৰ পত্নী আৰু পুত্ৰইহে তেওঁক লগ কৰিবলৈ ডিব্ৰুগড়লৈ আহিছে।

যোৱা ২০ এপ্ৰিলত ডিব্ৰুগড় কাৰাগাৰত কালছীৰ পত্নী নৰিন্দৰ কৌৰ ওৰফে নীৰু কালসী আৰু পুত্ৰ ছিমৰজীত সিং ওৰফে ছানীয়ে সাক্ষাৎ কৰে।

অমৃতপল সিঙৰ উপৰিও তেওঁৰ ঘনিষ্ঠ সহযোগী দলজীত সিং কালসী, পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং (অমৃতপাল সিঙৰ ককাক), ভগৱন্ত সিং ওৰফে প্ৰধান মন্ত্ৰী বাজেকে, বসন্ত সিং আৰু গুৰিন্দৰ সিংকে ধৰি ন জন ঘনিষ্ঠ সহযোগী আউজলাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত ভৰ্তি কৰা হৈছে।

ইফালে অমৃতপল সিঙক ডিব্ৰুগড় কাৰাগাৰৰ এক সুকীয়া কোঠাত ৰখা হৈছে।যিটো কোঠা তেওঁৰ সহায়কসকলৰ পৰাও বহু দূৰৈত বুলিও জানিব পৰা গৈছে।

তথ্য অনুসৰি অমৃতপল সিঙক তেওঁৰ কোঠাৰ ভিতৰত কেৱল জেলৰ কৰ্মচাৰীয়েহে খাদ্য যোগান ধৰি আহিছে।তেওঁৰ স্বাস্থ্যৰ ওপৰতো কাৰাগাৰৰ চিকিৎসকে নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে।

ৱাৰিছ পঞ্জাব ডিৰ মুৰব্বী গৰাকীক ৰিচাৰ্চ এণ্ড এনালাইছিছ উইং (আৰ এ ডব্লিউ) আৰু চোৰাংচোৱা ব্যুৰো (আই বি)ৰ দৰে কেন্দ্ৰীয় সংস্থাই শ্ৰীঘেই কাৰাগাৰৰ ভিতৰত জেৰা কৰাৰ সম্ভাৱনা আছে।

তদুপৰি অমৃতপাল সিঙৰ স’তে ডিব্ৰুগড়লৈ অহা ১৬ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলটো এই পৰ্যন্ত
পুনৰ পঞ্জাৱলৈ উভতি যোৱা নাই।বৰ্তমানে দলটো ডিব্ৰুগড় আৰ্ৱত ভৱনত বাহৰ পাতি থকাৰ লগতে কালি পঞ্জাৱৰ মোগাত গ্ৰেপ্তাৰ হোৱা অমৃতপল সিঙক জেৰা কৰিবলৈ আৰু কেইদিনমান থকাৰ সম্ভাৱনা আছে বুলিও সূত্ৰত প্ৰকাশ।

আনহাতে বিগত এমাহত ডিব্ৰুগড় কাৰাগাৰখন সৰ্বোচ্চ উচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছে।য’ত হাতত উদ্যত স্বয়ংক্ৰিয় মাৰানাস্ত্ৰ লৈ অসম আৰক্ষীৰ ব্লেক পেন্থাৰ কমাণ্ডো, চি আৰ পি এফৰ জোৱানৰ উপৰিও নিয়মীয়া কাৰাগাৰৰ প্ৰহৰীয়ে ২৪ ঘণ্টাই কাৰাগাৰত পহৰা দি আছে।

৬৯ টা চিচিটিভি কেমেৰাই কাৰাগাৰখনৰ কয়দী আৰু দৰ্শনাৰ্থীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন উত্তৰ-পূবৰ আটাইতকৈ পুৰণি কাৰাগাৰ য’ত ৬৮০ জন কয়দী থাকিব পৰাৰ ব্যবস্থাৰ বিপৰীতে বৰ্তমানে কাৰাগাখনৰত ৩৩০ জনতকৈও কম কয়দী ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amritpal SinghAssamDIBRUGARHKhalistan
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d