CM PressMeet In Janata Bhawan: ৰাজ্যিক কৰ্মচাৰীৰ ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধি

জনতা ভৱনত সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ

cm pressmeet

CM PressMeet In Janata Bhawan:

ফাকুৱা পূৰ্বে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই দিলে এক উপহাৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ কথা আজি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। চলিতবৰ্ষৰ এক জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।

এপ্ৰিলৰ দৰমহাৰ লগত পাব এই বৰ্ধিত এই বানচ ৷ এই বৃ্দ্ধিৰ পিছত ৰাজ্য চৰকাৰৰ মৰগীয়া বানচ ৫০ শতাংশলৈ বৃদ্ধি পালে ৷

Exit mobile version