Jorhat:যোৰহাট কোষাগাৰত হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

চিডিপিঅ অফিচৰ বিষয়া- কৰ্মচাৰীৰ দৰমহা বিলৰ বাবে উৎকোচ লওঁতেই আটক কোষাগাৰৰ কনিষ্ঠ সহায়িকা 

jorhat 1

Jorhat:

আৰক্ষীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই সমগ্ৰ ৰাজ্যজুৰি ঘোচখোৰৰ বিৰুদ্ধে কঠোৰস্থিতি লৈ থকাৰ মাজতে আজি উৎকোচ লৈ পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ৷

যোৰহাট কোষাগাৰৰ কনিষ্ঠ সহায়িকা মুনমুন সেন নামৰ কৰ্মচাৰী গৰাকীয়ে চিডিপিঅ অফিচৰ বিষয়া- কৰ্মচাৰীৰ দৰমহা বিলৰ বাবে উৎকোচ লওঁতেই হাতেলোটে আটক কৰে আৰক্ষীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই

ইতিমধ্যে ঘোচখোৰ কনিষ্ঠ সহায়িকা গৰাকীক অধিক তথ্য বাবে জেৰা অব্যাহত ৰাখিছে দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৷

Exit mobile version