Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Modi in Jorhat: যোৰহাটৰ হোলোঙাপাৰত বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ

বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ মুঠ উচ্চতা ১২৫ ফুট, প্ৰতিমূৰ্তিৰ উচ্চতা ৮৪ ফুট,বেদীৰ উচ্চতা ৪১ ফুট, ৫০০খন আসনযুক্ত প্ৰেক্ষাগৃহ মুকলি

publisher by publisher
March 9, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Modi in Jorhat: যোৰহাটৰ হোলোঙাপাৰত বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Modi in Jorhat:

শুক্ৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ – পূৰ্বলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দুপৰীয়া অৰুণাচলৰ পৰা যোৰহাটত উপস্থিত হয় ৷

ADVERTISEMENT

যোৰহাটৰ ঐতিহাসিক হোলোঙাপাৰত কে’বাগৰাকী টাই পুৰোহিতৰ মন্ত্ৰোচ্চাৰনৰে পূজা – অৰ্চনাৰ অন্তত প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দেশবাসীক উৎসৰ্গা কৰে ৷

উল্লেখ্য যে,বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ উচ্চতা ৮৪ ফুট। বেদীৰ উচ্চতা ৪১ ফুট আৰু ভূমিস্তম্ভৰ সৈতে মূৰ্তিৰ উচ্চতা ১২৫ ফুট। ইয়াৰ পাছত মেলেং মেটেলী পথাৰত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে বিশাল জনসভা।

প্ৰায় কে’বা লক্ষাধিক লোক উপস্থিত থকা মেলেং মেটেলী পথাৰৰ পৰাই একেলগে মুকলি কৰে ৮,৫০০ কোটি প্ৰকল্প ব্যয়ৰে ৫,৫৫,০৫৫টা পি এম এ ৱাইৰ গৃহ। সভাখনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী গৰাকীক বিপুলভাৱে সম্বৰ্দ্ধনা জনায় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ আদৰণী ভাষণত মুখ্যমন্ত্ৰী কয়,উত্তৰ- পূব আঠ ৰাজ্যক উপকৃত কৰি অহা প্ৰধানমন্ত্ৰীয়ে আজি এই সভাতে১৭,৫০০ কোটি ব্যয় সাপেক্ষ বহু কেইটা প্ৰকল্প উদ্বোধন আৰু শিলান্যাস কৰিব ৷ সদায় অসমৰ উন্নয়ণৰ প্ৰতি আগ্ৰহী প্ৰধানমন্ত্ৰীয়ে আগন্তুক দিনত ৰাজ্য খনৰ উন্নয়নৰ বাবে আৰু বহু দিয়াৰ আগ্ৰহী বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

প্ৰধানমন্ত্ৰীয়ে বিশাল জনসভাক সম্বোধন কৰি কয়,পুৱাতে বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি বহু আপ্লুত হোৱা বুলি উল্লেখ কৰে ৷আনহাতে পূৰ্বৰ শাসকীয় চৰকাৰৰ গাফিলতিৰ বাবে অসমৰ গঁড়ক বিপদত পেলোৱা হৈছিল। কিন্ত ইয়াৰ বিপৰীতে এতিয়াৰ চৰকাৰখনে গঁড় আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰচেষ্টা আৰু নিষ্ঠা প্ৰদৰ্শন কৰি আহিছে।

২০২৪ চন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সোণালী জয়ন্তী বৰ্ষৰ বাবে দেশৰ সকলো প্ৰান্তৰ লোকক এবাৰ হ’লেও কাজিৰঙা ভ্ৰমণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীয়ে ভাষণত আৰু কয় যে,আজি মোৰ অসমৰ ৫.৫ লাখ পৰিয়ালৰ নিজা পকী ঘৰ থকাৰ সপোন পূৰণ হৈছে। এখন ৰাজ্যত, ৫.৫ লাখ লোকে তেওঁলোকৰ পচন্দৰ পকী ঘৰলৈ পাবলৈ গৈ আছে। কংগ্ৰেছ চৰকাৰৰ সময়ত মানুহে প্ৰতিটো ঘৰৰ বাবে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্ত আমাৰ চৰকাৰে এট এটা দিনত ৫.৫ লাখ ঘৰ দি আছে।

আনহাতে আমি ১৮ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে যি প্ৰকল্পৰ শিলান্যাস বা উদ্বোধন কৰিলো ইয়াৰ জৰিয়তে অঞ্চলটোৰ সৰ্বাগীন উন্নয়ণত আৰু এখোজ আগুৱাই গ’ল ৷আজিৰ অসমৰ শোধন ক্ষমতা দুগুণ বৃদ্ধি পাইছে আৰু নুমলীগড়ৰ শোধন ক্ষমতা তিনিগুণ বৃদ্ধি পাইছে, এয়া উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি খণ্ডৰ বিকাশৰ ক্ষেত্ৰত আমি যি অগ্ৰাধিকাৰ দিছো তাৰ ফল বুলি উল্লেখ কৰে মোডীয়ে ৷

মই অসমলৈ যিমানবাৰ আহিছো প্ৰতিবাৰেই অসমৰ ৰাইজে কৰা মৰমে মোৰ হৃদয় চুই গৈছে, এই মৰম মোৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ সভাত কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোনোৱাল,ৰামেশ্বৰ তেলী সহ অসম মন্ত্ৰীসভাৰ সদস্য আৰু বিধায়ক সকল উপস্থিত থাকে ৷

উল্লেখ্য যে,এই বিশাল সভাতে পি এম মোডীয়ে ভাৰ্ছুৱেলী উদ্বোধন কৰে ৬২০ কোটি ব্যয় সাপেক্ষ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় |আনহাতে ৫০০ কোটি ব্যয় সাপেক্ষ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বাবে ৩০০ কোটিৰ প্ৰকল্পৰ শিলান্যাস কৰে মোদীয়ে।

এই সভাতে ভাছুৱেলী উদ্বোধন কৰে ৪,০০০ কোটি ব্যয়ৰ বাৰাউণী- গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন,৬০০ কোটি ব্যয়ৰ নাহৰকটীয়া – বাৰাউণী খাৰুৱা তেলৰ পাইপলাইনৰ বাৰাউণী-গুৱাহাটী খণ্ড পাম্পিং ক্ষমতা সম্পন্ন বৰ্ধিতকৰণ ,৫০ কোটি ব্যয়ৰ দুলীয়াজানৰ ১নং পাম্প ষ্টেচনৰ পৰা ডিগবৈ শোধনাগাৰলৈ খাৰুৱা তেলৰ স্পাৰ লাইনৰ প্ৰতিস্থাপন,৮২০ কোটি ব্যয়ৰে নিউ বঙাইগাঁও-গোৱালপাৰা- কামাখ্যা দ্বৈতকৰণ প্ৰকল্পৰ অধীনস্থ ধূপধৰা -ছয়গাঁও শাখাৰ ৩৪কি:মি:দৈঘ্যৰ ৰে’লপথৰ দ্বৈতকৰণ,৫২০ কোটি ব্যয় সাপেক্ষনিউ বঙাইগাঁও – ৰঙিয়া- আগিয়াঠুৰি দ্বৈতকৰণ প্ৰকল্পৰ নিউ বঙাইগাঁও- সৰুভোগ শাখাৰ ৩৬ কি:মি:দৈঘ্যৰ দ্বৈতকৰণ ৰে’লপথ ,আ ডিগবৈ শোধানাগাৰৰ বহন ক্ষমতা বৃদ্ধিৰ  ৷

একেদৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰ্চুৱেলী ৫০০ কোটি ব্যয়ৰ সাপেক্ষ কেটেলাইটিক ৰিফৰ্মাৰ ইউনিট স্থাপনৰ সৈতে গুৱাহাটী শোধনাগাৰৰ বাৰ্ষিক ক্ষমতা ১.০ ৰ পৰা ১.২ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধিকৰণ আৰু ৩০০ কোটি ব্যয়ৰ ভাৰতীয় তেল নিগমৰ গুৱাহাটী মহানগৰীৰ বেতকুছিস্থ টাৰ্মিনেলৰ সুবিধা সমূহৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ শিলান্যাস কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa Sarmajorhat Visit PM ModiLachit Borphukan Statue OpeningMeleng Meteli groundPublic Meeting
publisher

publisher

Related Posts

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d