CM Meets Industrialist Ratan Tata in Mumbai:মুম্বাইত উদ্যোগপতি ৰতন টাটাক সাক্ষাৎ মুখ্যমন্ত্ৰী

hbs 1

CM Meets Industrialist Ratan Tata in Mumbai:

দেশৰ বৰ্ষীয়ান উদ্যোগপতি ৰতন টাটাক সৌজন্যতামূলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ পৰিয়ালে ৷

উল্লেখ্য যে,টাটা গ্ৰুপে জাগীৰোড কাগজ কলৰ ভূমিত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে বিনিয়োগ কৰিছে ২৭০০০ কোটি টকা ৷

ইতিমধ্যে চলিতমাহৰ মাজভাগতে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভাচুৱেলী আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Exit mobile version