Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Laying the Foundation stone for the ₹27,000 cr Tata Semiconductor Assembly and Test facility at Jagiroad: জাগীৰোডত টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস

ভাৰ্চুৱেলী প্ৰকল্পটোৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ, আজি আমাৰ সপোন পূৰণ হ’ল, আজি এই দিনটো ৰাজ্যৰ বাবে আৰম্ভণিৰ দিন : মুখ্যমন্ত্ৰী

publisher by publisher
March 13, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Laying the Foundation stone for the ₹27,000 cr Tata Semiconductor Assembly and Test facility at Jagiroad: জাগীৰোডত টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Laying the Foundation stone for the ₹27,000 cr Tata Semiconductor Assembly and Test facility at Jagiroad:

জাগীৰোডত টাটাৰ গ্ৰুপৰ স্বদেশী অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰিক্ষণ কেন্দ্ৰৰ (ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ )ভাৰ্চুৱেলী আধাৰশিলা স্থাপন আজি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগা এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটি নিৰ্মাণ হোৱাৰ পাছতে প্ৰত্যক্ষ নিযু লাভ কৰিব প্ৰায় ১৬ হেজাৰ নিবনুৱাই আৰু পৰোক্ষভাৱে নিযুক্তি লাভ কৰিব ১৪হেজাৰে ৷ মুঠ ৩০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ সম্ভাৱনা থকা এই প্ৰকল্পত প্ৰতিদিনে চিপচ্ উৎপাদন হ’ব প্ৰায় ৪৮ মিলিয়ন ।

ADVERTISEMENT

জাগীৰোডস্থ হিন্দুস্থান পেপাৰ কৰ্পৰেশ্যনৰ পৰা অসম চৰকাৰে সমস্ত ভূমি ক্ৰয় কৰাৰ পাছতে টাটাৰ স’তে অসম চৰকাৰে ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ উদ্দেশ্যৰে এক চুক্তিবদ্ধ হয় ৷

আজি এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা )ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেখেতৰ ভাষণত কয় যে, ‘আজিৰ এই দিনটো এক ঐতিহাসিক দিন। আজি ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ সৈতে জড়িত তিনিটা ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ল। মৰিগাঁৱত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সুবিধাই ভাৰতক ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ বৃহৎ গ্ল’বেল হাব কৰি তোলাত সহায় কৰিব। ইয়াৰ বাবে মই দেশবাসীক শুভ প্ৰাৰম্ভনীৰ বাবে অভিনন্দন জনাইছো।’’

মোদীয়ে কয়, আমাৰ সৈতে দেশৰ ৭ হাজাৰৰো অধিক কলেজ, বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানো জড়িত হৈ আছে। এয়াও এক অভিলেখ। এয়া দেশৰ নৱ প্ৰজন্মৰ কাৰ্যসূচী। সেয়ে এই কাৰ্যসূচীত নতুন প্ৰজন্মক জড়িত কৰা হৈছে। মোৰ ইচ্ছা আছিল, ভাৰতৰ ছাত্ৰ সমাজে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হওক। আনহাতে মোডীয়ে আৰু কয় যে,২১ শতিকা প্ৰযুক্তিৰ শতিকা। ইলেকট্ৰনিক চিপৰ বাদে তাৰ কল্পনা কৰিব নোৱাৰি। এই প্ৰকল্পই ভাৰতক আগুৱাই নিয়াৰ ক্ষেত্ৰত ডাঙৰ অৱদান আগবঢ়াব। দুবছৰ পূৰ্বে আমি ছেমি কণ্ডাক্টৰ মিছন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিলো৷ আনকি যোৱা কেবামাহ পূৰ্বে এম অ’ ইউ স্বাক্ষৰিতো হয় ৷ অৱশেষত আজি তিনিটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আমি সক্ষম হ’লো ৷

আনহাতে বিশ্বৰ কেইখনমান দেশেহে ছেমি কণ্ডাক্টৰৰ মেনুফেকচাৰিং কৰিছে। শেহতীয়াকৈ ভাৰতে এক উল্লেখযোগ্য ভূমিকা ল’বৰ বাবে তৎপৰ হৈছে ৷ আমাৰ দেশ বহু পূৰ্বৰে পৰা স্পেচ, নিউক্লিয়াৰ আৰু ডিজিটেল পাৱাৰত শক্তিশালী হিচাপে বিবেচিত হৈছে । আমি যিবোৰ কও সেইবোৰ বাস্ত ৰূপায়ণ কৰো ৷

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, আজি আমাৰ দেশ সমগ্ৰ বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ ম’বাইল ফোন উৎপাদনকাৰী ৰূপে পৰিগণিত হৈছে ৷ আজি জাগীৰোড সহ দেশৰ আন আন স্থানত স্থাপন হ’বলগীয়া ছেমি কণ্ডাক্টৰ উদ্যোগৰ সৰ্বাধিক লাভ পাব দেশৰ যুৱ প্ৰজন্মই। ই বিকাশৰ অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। আজিৰে পৰা ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰতো নতুন সুবিধা উপলব্ধ হ’ব।

মোদীয়ে কয়, ‘ভাৰতে ছেমি কণ্ডাক্টৰ উৎপাদনৰ ক্ষেত্ৰত বিকশিত দেশৰ সৈতে ফেৰ মৰাৰ দিশে আগবাঢ়িছে। এই তিনিটা প্ৰকল্পই ভাৰতক বিকশিত দেশ হিচাপে গঢ়ি তোলাত গুৰুত্ব ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি মোদীয়ে কয়, ‘মই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই কথাত একমত যে উত্তৰ পূবত কেতিয়াও কোনেও ইমান ডাঙৰ পদক্ষেপ লোৱাৰ কথা ভবা নাছিল। আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ বাবে মই অসম সহ উত্তৰ পূবৰ জনতাক মই অভিনন্দন জনাইছো।

আনহাতে আগন্তুক দিনত উত্তৰ-পূবাঞ্চল দক্ষিণ পূব এছিয়াৰ বাবে হাব হিচাপে বিবেচিত হ’ব ৷ এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আজিৰ দিনটোত দেশত তিনিটা ছেমি কণ্ডাক্টৰৰ আধাৰশিলা স্থাপন হ’ল। ইয়াৰে এটা জাগীৰোডত স্থাপন হ’ব। ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ জাগীৰোডৰ এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত ১৬ হাজাৰ প্ৰত্যক্ষ আৰু ১৪ হাজাৰ পৰোক্ষ নিয়োগ সৃষ্টি হ’ব ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,উদ্যোগীকৰণত সততে পিছপৰি থকা অসম আজি উদ্যোগীৰ মানচিত্ৰত নিজৰ স্থান মজবুত কৰিলে। এসময়ত মোক এজন ৰাজনীতিকে সমালোচনা কৰিছিল যে কেতিয়াবা ৰাজ্যত টাটাৰ প্ৰকল্প হ’বনে ৷ কিন্ত সময়ৰ গতিত আজি আমাৰ এই সপোন দিথকত পৰিণত হ’ল। আমি ৰাজ্য খনত ইতিবাচক চিন্তাৰে আগুৱাই লৈ যাব লাগিব। কিন্ত এই ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে ধৰ্ণা, প্ৰতিবাদে ৷ ৰাজ্যৰ বাবে আজিৰ দিনটো শেষ দিন নহয় বৰং আজি আৰম্ভণিৰ দিনহে।

জাগীৰোডৰ হিন্দুস্তান পেপাৰ মিল বন্ধৰ সময়ত মই ভাৱিছিলো এই স্থান থোখৰৰ উন্নয়ন কিদৰে কৰা যায় আৰু আজি এই সুবিশাল প্ৰকল্পই নতুন ৰাজ্য খনক দিগন্তৰ উচ্চ শিখৰলৈ লৈ যাব মোৰ দৃঢ় বিশ্বাস বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অনুষ্ঠানত কেন্দ্ৰীয় ৰে’লপথ,যোগাযোগ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য- প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ,কেন্দ্ৰীয় তথ্য- প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ ,টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ ,টাটা ইলেক্ট্ৰনিক্সৰ মুখ্য কাৰ্যবাহী বিষা ডা:ৰণবীৰ ঠাকুুৰ , ৰাজ্যৰ দুই কেবিনেট মন্ত্ৰীদ্বয় বিমল বৰা আৰু পীযুষ হাজৰিকা,ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaJagiroadLaying the Foundation stonePM ModiTata Semiconductor Assembly and Test facility Project
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d