State government Declared A Local Holiday for Lok Sabha Elections:লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

local holiday

State government Declared A Local Holiday for Lok Sabha Elections:

ৰাজ্যৰ ১৪ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰৰ স্থানীয় বন্ধ ঘোষণা । তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া সংসদীয় সমষ্টি সমূহত এই বন্ধ প্ৰযোজ্য হ’ব ৷

উল্লেখ্য যে, ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত নিৰ্বাচন ৷ একেদৰে ২৬ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি,ডিফু,কৰিমগঞ্জ,শিলচৰ,নগাঁও আৰু ৭ মে’ত তৃতীয় পৰ্যায়ত কোকৰাঝাৰ,ধুবুৰী,বৰপেটা,গুৱাহাটীটো অনুষ্ঠিত হ’ব আন নটা সমষ্টিৰ নিৰ্বাচন ।

এই তিনিওটা দিনতে  ৰাজ্য চৰকাৰে জাৰি কৰা বন্ধৰ নিৰ্দেশনা অনুসৰি স্থানীয় বন্ধ প্ৰযোজ্য হ’ব  ৷

Exit mobile version