Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APCC Headquarter:লোকসভা নিৰ্বাচনৰ ভৰপক সময়তো নিস্তেজ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়

নিমাওমাও ৰাজীৱ ভৱন, পৰিকল্পনাহীনতাক লৈ নিৰুৎসাহিত নেতা-কর্মী, বহু মানুহ আঁতৰি যোৱাৰ বাবেও উৎসাহ হেৰুৱাইছে

publisher by publisher
March 30, 2024
in India, News
Reading Time: 3 mins read
0
APCC Headquarter:লোকসভা নিৰ্বাচনৰ ভৰপক সময়তো নিস্তেজ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

Samajwadi Party New Mp Priya Saroj::উচ্চতম ন্যায়ালয়ত ওকালতি কৰি এইবাৰ সমাজবাদীৰ টিকটত সাংসদ নির্বাচিত প্রিয়া

APCC Headquarter:

আসন্ন লোকসভা নির্বাচনত বৃহৎ জয়ৰ স্বপ্ন দেখা প্রধান বিৰোধী দল কংগ্ৰেছৰ স্তিমিত তৎপৰতাক লৈ আশাহত হোৱাৰ উপক্রম ঘটিছে দলীয় নেতা-কর্মীৰ মাজত। যি সময়ত বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্রণালীবদ্ধভাৱে প্ৰচাৰৰ সমান্তৰালকৈ নির্বাচনী প্রস্তুতি তুংগত তুলিছে সেই সময়তো প্রধান বিৰোধী দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত বিৰাজমান হৈছে নিস্তেজ পৰিৱেশৰ।

ADVERTISEMENT

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নপত্র দাখিল পর্ব সমাপ্ত হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰো প্ৰস্তুতিয়ে চূড়ান্ত ৰূপ ধাৰণ কৰাৰ সময়তো কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত নাই নির্বাচনী তৎপৰতা। প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আজিৰ দিনটোতো নাই দলীয় নেতৃত্ব অথবা প্রার্থীসকলৰো এখন হ’লেও বেনাৰ-প’ষ্টাৰ। নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদানৰ আহ্বান জনোৱা কোনো বেনাৰ-প’ষ্টাৰো নাই মুখ্য কার্যালয়ত।

আন নেতা বাদেই দলটোৰ নিৰ্বাচনী তৎপৰতা বা পৰিকল্পনা সম্পর্কে সোধপোছ কৰিবলৈও আজিৰ দিনটোত ৰাজীৱ ভৱনত পোৱা নগ’ল কোনো এজন মুখপাত্রক। আনকি উপস্থিত নাছিল প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰো কোনো বিষয়ববীয়া। মুঠতে প্রধান বিৰোধী দলটোৰ মূল কাৰ্যালয়টোকে এনেদৰে এলাগী কৰি ৰখাৰ বিষয়টোৱে আনকি স্পৰ্শ কৰিছে দলৰ সাধাৰণ নেতা-কর্মীসকলকো। প্রদেশ কংগ্ৰেছৰ স্বয়ং সভাপতিজনেও বিগত কিছুদিন ধৰি অহা নাই ৰাজীৱ ভৱনলৈ।

ৰাজীৱ ভৱনত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ বলীন কুলিক এই প্রসংগত ‘দৈনিক অগ্রদূত’ৰ তৰফৰ পৰা যোগাযোগ কৰাত তেওঁ কয় যে দলটোৰ বহু জ্যেষ্ঠ নেতা বিগত কিছুদিনৰ ভিতৰত দলৰ পৰা আঁতৰি গৈছে। এনে অৱস্থাত প্রাকৃনির্বাচনী কালছোৱাত স্বাভাৱিকতে দলৰ নেতা-কর্মীসকলৰ মাজত কিছু নিৰুৎসাহৰ সৃষ্টি হৈছে।

ইফালে, চৌদিশে নির্বাচনী প্ৰচাৰৰ ধামখুমীয়াৰ মাজতো প্রদেশ কংগ্ৰেছৰ মুখ্য কার্যালয়টোক কিয় এনেদৰে এলাগী কৰি ৰখা হৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কুলিয়ে কয় যে কিছু পলম হ’লেও আজিৰে পৰা ৰাজীৱ ভৱনটো কিছু সজাই-পৰাই তোলাৰ কাম আৰম্ভ কৰা হৈছে। ইফালে, নিৰ্বাচনৰ এই ভৰপক সময়তো প্রদেশ কংগ্ৰেছে আজিৰ দিনটোলৈকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমিতিৰ পৰা এপইচাও ধন নির্বাচনী খৰচ হিচাপে লাভ নকৰাৰ বাবেও প্ৰচাৰ তথা আনুষংগিক কাম-কাজ তুলনামূলকভাবে স্তিমিত হৈ থকা বুলি তেওঁ স্বীকাৰ কৰে।

প্ৰদেশ কংগ্ৰেছৰ প্ৰবীণ নেতাজনে অৱশ্যে এই কথাও কয় যে প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নপত্র দাখিল পৰ্বৰ বাবে দলৰ সভাপতিকে ধৰি আন নেতাসকল এই কেইদিন সংশ্লিষ্ট সমষ্টিসমূহতে ব্যস্ত হৈ আছে। দলৰ সাংসদ-বিধায়কসকলেও নির্বাচন উপলক্ষে নিজৰ নিজৰ সমষ্টিত বাহৰ পাতিছে। গতিকে ৰাজ্যিক কার্যালয়টোত বিষয়ববীয়াৰ উপস্থিতি হ্রাস পাইছে।

উল্লেখ্য যে প্রদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ প্ৰৱেশদ্বাৰত পূৰ্বৰ তুলনাত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা পৰিলক্ষিত হোৱাৰ বাদে ৰাজীৱ ভৱনত সামগ্রিকভাবে লোকসভা নির্বাচন বুলিবলৈ বিশেষ কোনো পৰিৱৰ্তন পৰিস্ফুট হোৱা নাই। নিৰ্বাচনৰ কাম-কাজ পৰিচালনাৰ বাবে দলৰ একাধিক ৰাষ্ট্ৰীয় নেতা অসমলৈ আহিছে যদিও তেওঁলোকেও হোটেলৰ কক্ষৰ পৰাই কাম-কাজ পৰিচালনা কৰিছে।

মুঠতে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক কাৰ্যালয়টোৰ পৰা যি ধৰণে নির্বাচনী ৰণকৌশল বাস্তৱায়িত কৰাৰ বাবে নিয়ন্ত্রণ কক্ষৰূপে ব্যস্ততা বৃদ্ধি পাব লাগিছিল, তেনে কোনো ব্যস্ততা নাই প্রধান বিৰোধী দলটোৰ ৰাজ্যিক কার্যালয়টোত।

সমাগত নির্বাচনত ১৪টা সমষ্টিয়ে দখল কৰিব বুলি দৃঢ় স্থিতি ব্যক্ত কৰা শাসকীয় পক্ষৰ ব্যাপক প্ৰচাৰ তথা প্ৰধান বিৰোধী দলটোৰ পৰা সঘনাই ইজনৰ পাছত সিজনকৈ জ্যেষ্ঠ নেতাৰ প্ৰস্থানে যেন বাৰুকৈয়ে বিপর্যস্ত কৰিছে মহানগৰীৰ জি এছ ৰোডস্থ কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয়টোক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCC HeadquartersDull Congress HQLoksabha Election 2024No Banners-Posters For The Election
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d