cm

HSLC Results :

বিহুৰ আনন্দ উছাহৰ মাজতে ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল। এই মন্তব্য সোমবাৰে কৰিছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে।

উল্লেখ্য যে, শিক্ষামন্ত্ৰী গৰাকীয়ে ফলাফল দিন ঘোষণা কৰা নাছিল কিন্ত আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ সৰু পথাৰত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰ আগত মেট্ৰিকৰ ফলাফল দিন ঘোষণা কৰে ।

সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে কয় যে,বিহুৰ পিছতেই ১৯ৰ পৰা ২০ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল । ইতিমধ্যে ছেবাই ফলাফলৰ বাবে সকলো প্ৰস্ততি সম্পূৰ্ণ কৰি তুলিছে ।

Exit mobile version