Ramen Barthakur:অৱশেষত দুই কোটি টকাৰ চেকৰ সন্দৰ্ভত মুখ খুলিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰে

ramen borthakur

Ramen Barthakur:

গুৱাহাটী সমষ্টি কংগ্ৰেছ টিকট লাভৰ বাবে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰে হাৱালা যোগে দুই কোটি টকা এপিচিচিৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙক দিয়া বুলি দুদিন পূৰ্বে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে

দুলু আহমেদৰ এই বিস্ফোৰক মন্তব্যৰ পাছতে ৰাজিৱ ভৱনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । আনকি এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকি নিস্তুপ হৈ আছিল ৰমেন বৰঠাকুৰ ৷

কিন্ত আজি মুখ খুলিলে বৰঠাকুৰে ৷তেওঁ সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে চেকখন মোৰ ৷ কিন্তু টিকট লাভৰ বাবে কাকো দিয়া হোৱা নাই ৷

Exit mobile version