Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Loksabha Election 2024:লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ

নিৰ্বাচন আয়োগৰ নিৰ্বাচনৰ সূচী ঘোষণা নৌহৌওতেই, কংগ্ৰেছ,এজেপি,এআইইউডিএফৰ সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ, কৌশলীস্থিতি বিজেপিৰ,প্ৰাৰ্থীৰ ক্ষেত্ৰ ভিত্তিত সমীক্ষাৰ অন্তত চুড়ান্ত কৰিব প্ৰাৰ্থী তালিকা

publisher by publisher
October 12, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Loksabha Election 2024:লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

Loksabha Election 2024:

ADVERTISEMENT

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ১৪ টা সংসদীয় সমষ্টিৰ বাবে ৮৪ জনীয়া প্রার্থিত্ব প্ৰত্যাশীৰ প্ৰাৰম্ভিক পেনেল প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে,প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গঠন কৰা এঘাৰটাদলৰ ঐক্যমঞ্চক কংগ্ৰেছে এক প্ৰকাৰ নস্যাৎ কৰি ১৪ টা সমষ্টিৰ প্রার্থিত্ব প্ৰত্যাশীৰ প্ৰাৰম্ভিক পেনেল প্ৰস্তুত কৰা কাৰ্যই একপ্ৰকাৰ বিৰোধী উমৈহতীয়া মঞ্চৰ মাজত তীব্ৰ জোকাৰণীৰ সৃষ্টি কৰিছে ৷

এঘাৰটাদলৰ ঐক্যমঞ্চৰ অন্যতম আঞ্চলিক দলে এজেপিয়েও ইতিমধ্যে সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷
এনে ঘটনা ক্ৰমক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷

ইপিনে কংগ্ৰেছৰ সমান্তৰালভাৱে এআই ইউডি এফেও তিনিটা সংসদীয় সমষ্টিৰ বাবে সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷

বিজেপি বিৰোধী হিচাপে জনাজাত কংগ্ৰেছ সহ দুই দলৰ সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশৰ বিপৰীতে কৌশলীস্থিতি লৈ শাসকীয় বিজেপি দল বহি আছে নিৰৱে ৷

উল্লেখ্য যে,কংগ্ৰেছে অতি শীঘ্ৰে ৰাজ্যজুৰি প্রার্থিত্ব প্ৰত্যাশীসকলৰ গণভিত্তি তথা জনপ্রিয়তা সন্দৰ্ভত সমীক্ষা চলাব। এই সমীক্ষাৰ অন্তত প্রার্থিত্ব প্ৰত্যাশীৰ চূড়ান্ত পেনেল প্রস্তুত কৰিব বুলি সদৰি কৰে এআইচিচিৰ সাধাৰণ সম্পাদক তথা এপিচিচিৰ তত্বাবধায়ক জিতেন্দ্র সিঙে।

 ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্বাচনী সূচী ঘোষণা নৌহওতেই কংগ্ৰেছে ১৪ টা লোকসভা সমষ্টিত প্ৰাৰ্থীত্বৰ বাবে আৱেদন কৰা প্ৰাৰ্থীসকলৰ নামৰ তালিকা প্ৰকাশ কৰিছে।

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত দলটোৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এআইচিচিৰ ৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে সাম্ভাব্য প্ৰাৰ্থীৰ নামৰ বিষয়ে খৰচি মাৰি মাৰাথন
আলোচনা কৰে ৷

বৈঠকৰ পাছতে এআইচিচিৰ ৰ সাধাৰণ সম্পাদকজনে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ১৪টা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ ৰাজীৱ ভৱনত অনুষ্ঠিত সভাত কেতবোৰ আলোচনা কৰা হয় ৷ সেই অনুসৰি ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ বিপৰীতে ৮৪ জনীয়া প্রার্থিত্ব প্ৰত্যাশীৰ প্ৰাৰম্ভিক পেনেল প্ৰস্তুত কৰা হয় যদিও প্রার্থিত্ব প্ৰত্যাশীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰে নেতাজনে ৷

আনহাতে চুড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰাৰ পূৰ্বে প্ৰাৰ্থীৰ গণভিত্তি আৰু জনপ্ৰিয়তা সন্দৰ্ভত চলোৱা হ’ব সমীক্ষা ৷এই সমীক্ষাৰ ওপৰত ভিত্তি কৰিয়ে দলটোৱে চুড়ান্ত তালিকা জাৰি কৰিব ৷

এপিচিচিয়ে জাৰি কৰা ১৪টা লোকসভা সমষ্টিৰ ৮৪ জনীয়া প্রার্থীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰাৰ্থী সকল হ’ল কাজিৰঙা সমষ্টিত কংগ্ৰেছৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে পেনেলত স্থান দিয়া হৈছে কলিয়াবৰৰ বৰ্তমানৰ সাংসদ তথা লোকসভাত বিৰোধী দলৰ উপ- দলপতি গৌৰৱ গগৈক ৷

ধুবুৰী সমষ্টিত কংগ্ৰেছৰ মুঠ ১২ গৰাকী সম্ভাব্য প্ৰাৰ্থীৰ নামৰ প্ৰস্তাৱ দিয়া হৈছে যদিও সমষ্টিৰ বাবে স্থান দিয়া হৈছে বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেক আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক ৷

আনহাতে বৰপেটা সমষ্টিত পাঁচ গৰাকী প্ৰাৰ্থীৰ নাম অন্তভুৰ্ক্ত কৰি স্থান দিয়া হৈছে বৰপেটাৰ বৰ্তমানৰ সাংসদ আব্দুল খালেক আৰু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নাম ।

একেদৰে গুৱাহাটী সংসদীয় সমষ্টিত মুঠ ছয় গৰাকী প্ৰাৰ্থীৰ নাম অন্তভুৰ্ক্ত কৰা হয় ৷প্ৰাৰ্থী সকল হ’ল ক্ৰমে ববিতা শৰ্মা, মীৰা বৰঠাকুৰ, ৰমেন বৰঠাকুৰ, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ দ্বীজেন শৰ্মা আৰু মানস বৰা।

নগাঁও সমষ্টিৰ বাবে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে নাম অন্তভুৰ্ক্ত কৰা হয় চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ নাম দিয়া। ইফালে,শোণিতপুৰত কংগ্ৰেছৰ ছয় প্ৰাৰ্থীৰ নাম তালিকাভুক্ত কৰি স্থান দিয়া হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মা আৰু অভিজিৎ হাজৰিকাৰ নাম ।

লখিমপুৰ সমষ্টিৰ বাবে ছয় গৰাকীৰ নামৰ তালিকা প্ৰস্তুত কৰা হয় ৷সেই অনুসৰি তালিকাত স্থান পোৱা প্ৰাৰ্থী সকল হ’ল সমষ্টিটোৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ, ৰামান্না বৰুৱা, পদ্মেশ্বৰ দলে ৷ আনপিনে ডিব্ৰুগড়ত এপিচিচিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ আৰু প্ৰাক্তন বিধায়ক ৰাজু চাহু আৰু যোৰহাটৰ বাবে প্ৰস্তুত কৰা তিনিজনীয়া প্ৰাৰ্থী তালিকাত স্থান পোৱা প্ৰাৰ্থী সকল হ’ল বনশ্ৰী গগৈ , মামনি গগৈ আৰু মনজিৰ গগৈ।

মনকৰিবলগীয়া যে,কংগ্ৰেছৰ ১৪টা সংসদীয় সমষ্টিৰ বাবে ৮৪ জনীয়া প্রার্থিত্ব প্ৰত্যাশীৰ প্ৰাৰম্ভিক পেনেল প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে অসম জাতীয় পৰিষদে জাৰি কৰিছে প্ৰাৰ্থী তালিকা ৷

সেই অনুসৰি ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বাবে লুৰীণজ্যোতি গগৈ, লখিমপুৰত প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, তেজপুৰত ড: জৈমিনী ভাগৱতী ৷ আনহাতে নগাঁৱৰ বাবে প্ৰস্তুত কৰা দুজনীয়া তালিকাত স্থান পাইছে জিয়াউৰ ৰহমান আৰু ড:প্ৰদীপ দেৱ মহন্ত ৷
গুৱাহাটী লোকসভা সমষ্টিত কমল নয়ন চৌধুৰী, কাজিৰঙা সমষ্টি বাবে দুজনীয়া তালিকাত নাম অন্তভূক্ত হৈছে ৰাজু ফুকন আৰু পুলিন হাজৰিকা ৷

ইপিনে বৰপেটা লোকসভা সমষ্টিৰ দুজনীয়া তালিকাত অসমীয়া চিনেমাৰ মোহময়ী অভিনেত্ৰী জেৰিফা ৱাহিদ আৰু চন্দ্রকান্ত দাসৰ নাম ৷ ধুবুৰীৰ বাবে দলটোৰ উপ- সভাপতি দুলু আহমেদ আৰু ছুৰত আলী শ্বেখৰ নাম ৷

উল্লেখ্য যে,অসম জাতীয় পৰিষদে বিশেষ বুজাবুজি অনুসৰি যোৰহাট সমষ্টি এৰিবলৈ সাজু হৈছে ৰাইজৰ দলৰ বাবে ৷একেদৰে অৱসৰ প্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া জন ইংতি কাথাৰৰ নেতৃত্বাধীন এপিএইচএলচিক দিয়া হয় পাৰ্বত্য সমষ্টি ডিফুক ৷
বিশেষ সূত্ৰে জানিব পৰা মতে মঙলদৈত এজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ কৰাব শীৰ্ঘেই দলটোত যোগদান কৰিবলগীয়া এজন প্ৰাক্তন সাংসদক ৷

আনহাতে কংগ্ৰেছৰ বিপৰীতে মেৰুত থকা এ আই ইউ ডি এফে ইতিমধ্যে ততাতৈয়াকৈ প্ৰস্তুত কৰিছে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে আভান্তৰিন সমীক্ষাৰ ভিত্তিতে প্ৰাৰ্থী তালিকা সাজু কৰিছে বুলি উল্লেখ কৰিছে ৷

সেই অনুসৰি দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলক পুনৰ প্ৰাৰ্থীত্ব দিয়া হয় ধুবু্ৰী সমষ্টিত ৷ নগাঁও সমষ্টিৰ বাবে প্ৰস্তুত কৰা দুজনীয়া পেনেল তালিকাত অন্তভুৰ্ক্ত কৰা হয় ধিঙৰ সাংসদ আমিনুল ইজলাম আৰু জেহিৰুল ইছলামক ৷আনহাতে কৰিমগঞ্জৰ তিনিজনীয়া প্ৰাৰ্থী তালিকাত নাম অন্তভুৰ্ক্ত কৰা হৈছে যমুনামখৰ বিধায়ক চিৰাজউদ্দিন আজমল,ড:কে এম বাহাৰুল আৰু চাচুল আহমেদ চৌধুৰীক ৷

কংগ্ৰেছ ,এ জে পি আৰু এ আই ইউ ডি এফে লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা নৌহওঁতেই সম্ভাব্য প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ বিপৰীতে শাসকীয় বিজেপিয়ে এইক্ষেত্ৰত কৌশলীস্থিতি লৈ ভিতৰুৱাকৈ ক্ষেত্ৰভিত্তিক সমীক্ষা অব্যাহত ৰাখি চুড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে নাম প্ৰকাশত অনিচ্ছুক প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতা এজনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIUDFAJPCongressLoksabha Election 2024Panel Potential Candidates Prepared
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d