Assam Secretariat Employee Missing:মহানগৰীৰ পৰা নিৰুদ্দেশ অসম সচিবালয়ৰ কৰ্মচাৰী

১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ওলায় গৈছিল ফখৰুদ্দিন আহমেদ

asecy

Assam Secretariat Employee Missing:

মহানগৰীৰ পৰা নিৰুদ্দেশ অসম সচিবালয়ৰ কৰ্মচাৰী ৷ ১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ঘৰৰ পৰা ওলায় গৈছিল যদিও আজি পৰ্যন্ত উভতি অহা নাই কৰ্মচাৰীজন ৷ সন্ধানহীন হৈ থকা কৰ্মচাৰীজনৰ নাম ফখৰুদ্দিন আহমেদ।

আনহাতে পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ লগতে আত্মীয়- সজন সহ বিভিন্নজনৰ গৃহত খবৰ লৈও কোনো শুংসূত্ৰ নোপোৱাত ইতিমধ্যে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ

Exit mobile version