Lakhimpur Accident:লখিমপুৰৰ পহুমৰা মাজগাঁৱত ভয়ংকৰ দুৰ্ঘটনা

নির্বাচনী কর্তব্য সামৰি ঘৰলৈ ওভতা শিক্ষকৰ কৰুণ মৃত্যু

lakhimpur accident

Lakhimpur Accident:

শুক্ৰবাৰে সম্পন্ন হোৱা লোকসভা নিৰ্বাচৰ ভোটদান পৰ্বৰ নিৰ্বাচনী কৰ্তব্য সামৰি গৃহাভিমুখী হোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিহপুৰীয়া কলেজৰ
প্ৰৱক্তা

ADVERTISEMENT

লখিমপুৰৰ পহুমৰা মাজগাঁৱত সংঘটিত হয় এই শোকাৱহ পথ দুর্ঘটনা ৷ আল্ট্রা আৰু লেখাৰুৰ ব্যক্তিগত বাহন ছুইফটৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় প্ৰৱক্তা ৰাজীৱ লেখাৰুৱে ৷

নিহত ৰাজীৱ লেখাৰুৰ ঘৰ বিহপুৰীয়াৰ জামগুৰিত ৷ সৰবৰহী  প্ৰৱক্তাজনৰ কৰুণ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ জামগুৰি অঞ্চল ৷

Exit mobile version