Fancy Bazaar Fire:মহানগৰীৰ ফাঁচী বজাৰত পুৱাই সংঘটিত বিধ্বংসী অগ্নিকাণ্ড

জুইত জাঁহ যায় কে'বা লক্ষাধিক টকাৰ সম্পত্তি

fancy bazar

Fancy Bazaar Fire:

ADVERTISEMENT

মহানগৰীৰ ফাঁচি বজাৰত আজি পুৱাই সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। এখন পাটৰ কাপোৰৰ দোকানৰ পৰা সুত্ৰপাত অগ্নিকাণ্ড। জৰিৱালা ফেশ্বন হাউচত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰতিষ্ঠান খনৰ কে’বা লক্ষাধিক টকাৰ কাপোৰ সহ বহু সা-সামগ্ৰী মুহূৰ্ততে ভস্মীভূত হয় ৷
আনহাতে অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী গাড়ী উপস্থিত হৈ অতি তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Exit mobile version