Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাজিৰঙা-কাৰ্বি আংলঙৰ হোমষ্টেক আৰণ্যকৰ সৌৰ ইনভাৰ্টাৰ যোগান

publisher by publisher
April 23, 2025
in Assam, News
Reading Time: 1 min read
0
কাজিৰঙা-কাৰ্বি আংলঙৰ হোমষ্টেক আৰণ্যকৰ সৌৰ ইনভাৰ্টাৰ যোগান
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডত গ্ৰাম্য হোমষ্টেক উদগনি যোগোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ (www.aaranyak.org) উদ্যোগত অঞ্চলটোৰ পাঁচটা গ্ৰাম্য হোমষ্টেক সৌৰ ইন্…ভাৰ্টাৰ বিতৰণ কৰা হয় ।

ADVERTISEMENT

পাৰিপাৰ্শ্চিকভাৱে সংবেদনশীল অঞ্চলত অংশগ্ৰহণমূলক প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা (এন আৰ এম)ৰ প্ৰসাৰৰ লগতে বহনক্ষম জীৱিকা শক্তিশালী কৰাৰ বাবে আৰণ্যকে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডৰ অন্তৰ্গত কহঁৰাৰ পাঁচটা হোমষ্টে ক্ৰমে মাৰ্গাৰেট হোমষ্টে, প্ৰীতি হোমষ্টে, অঞ্জনা হোমষ্টে, কাৰেং হোমষ্টে আৰু চাৰ্মে হোমষ্টেক সৌৰ ইন্…ভাৰ্টাৰ প্ৰদান কৰা হয় ।

বহনক্ষম জৈৱ পৰ্যটন প্ৰকৃতিভিত্তিক পৰ্যটনৰ এক প্ৰকাৰ যি অঞ্চলটোৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰ ওপৰত পৰ্যটনৰ নেতিবাচক প্ৰভাৱ লাঘৱ কৰাৰ লগতে স্থানীয় সমূদায়ক অৰ্থনৈতিক আৰু সামাজিকভাৱে উপকৃত কৰে ।

শেহতীয়াকৈ কাজিৰঙা ভ্ৰমণৰ সময়ত প্ৰথিতযশা অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা নন্দিতা দাসে ইনভাৰ্টাৰ বিতৰণৰ এটা প্ৰাৰম্ভিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । তেওঁৰ অংশগ্ৰহণে তৃণমূল পৰ্যায়ৰ বহনক্ষমতা পদক্ষেপসমূহক উৎসাহিত কৰাৰ লগতে স্থানীয় সমূদায় চালিত সংৰক্ষণ পৰ্যটন আৰ্হিৰ গুৰুত্বক আৰু অধিক সবল কৰি তোলে ।

কাৰেং হোমষ্টেৰ গৰাকী কাৰেং ৰংপিপী নামৰ হিতাধিকাৰী গৰাকীয়ে কয়, “আমি প্ৰায়ে সন্মুখীন হোৱা বিদ্যুৎ কৰ্তনৰ সমস্যাই আমাৰ অতিথিসকলৰো আৰাম বিঘ্নিত কৰিছিল । সৌৰ ইনভাৰ্টাৰৰ সহায়ত এতিয়া নিৰ্বিঘ্নে হোমষ্টে চলোৱাৰ লগতে অতিথি সকলক উন্নত সুবিধা প্ৰদান কৰিব পাৰিম বুলি আমাৰ প্ৰত্যয় জন্মিছে ।”

নিৰ্ভৰযোগ্য, স্বচ্ছ শক্তিৰ সহায়ত মহিলাসকলে অধিক উদ্যমী ভূমিকা গ্ৰহণ আৰু আৰ্থিক স্বাৱলম্বিতা অৰ্জন কৰাৰ লগতে বহনক্ষম পৰ্যটন আৰু স্থানীয় সমূদায়ৰ উন্নয়নত অধিক সক্ৰিয়ভাৱে অৰিহণা যোগাব পাৰে। একে সময়তে সৌৰশক্তিৰ ব্যৱহাৰে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰে । ই বায়ু বা পানী প্ৰদূষিত নকৰাকৈ কাজিৰঙা–কাৰ্বি আংলঙৰ দৰে পৰিৱেশ সংবেদনশীল ভূকণ্ডৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ নবীকৰণযোগ্য বিদ্যুৎ শক্তি যোগান ধৰে।

জাৰ্ণি ফৰ্… লাৰ্নিং (J4L) পদক্ষেপৰ জৰিয়তে আৰ্থ-সাংস্কৃতিক পৰ্যটনক উদগনি যোগোৱাৰ উদ্দেশ্যে আৰণ্যকৰ সহযোগত কিণ্ডুলাংছু আত্ম সহায়ক গোটৰ সদস্যসকলে পৰিচালনা কৰা দহটা হোমষ্টে আছে । কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত এই পদক্ষেপ আৰম্ভ কৰা হৈছিল।

জাৰ্ণি ফৰ্… লাৰ্নিং (J4L) হৈছে স্থানীয় সমূদায়ৰ সহযোগত আৰণ্যকে সৃষ্টি আৰু ৰূপায়ণ কৰা এক কাৰ্যসূচী। দায়িত্বশীল পৰ্যটনৰ নীতিৰ ওপৰত প্ৰতিস্থিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰকৃতি আৰু পৰম্পৰাগত ব্যৱস্থাৰে অভিজ্ঞতাভিত্তিক শিক্ষণক উদগনি যোগোৱা হয় । এই কাৰ্যসূচী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাৰ্বি আংলঙৰ কহঁৰা নদী অৱবাহিকা গাঁও, বাক্…সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ আৰু ওদালগুৰি জিলাৰ ভৈৰবকুণ্ড অঞ্চলত ৰুপায়ণ কৰি থকা হৈছে।

আৰণ্যকে “আই ইউ চি এন – কে এফ ডব্লিউ” আৰু “ইউ এছ ফীছ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিছ”ৰ সমৰ্থনত এই কাৰ্যসূচী ৰুপায়ণ কৰিছে । আৰণ্যক জৈৱ বৈচিত্ৰ্য, পৰিৱেশ তন্ত্ৰ সংৰক্ষণ আৰু কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ড আৰু মানাহ ভূখণ্ডত বসবাস কৰা খিলঞ্জীয়া লোকসকলক বিকল্প আৰু বহনক্ষম জীৱিকাৰ পথ, শিক্ষা আৰু সজাগতাৰ জৰিয়তে সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি আৰণ্যকে প্ৰেছ বিবৃতিযোগে জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAL PRADESHHomestay
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d