Nalbari Congress :নলবাৰীৰ বৰভাগত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা

SAIKIA IMAGE

Nalbari Congress :

নলবাৰীৰ বৰভাগত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা । বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ দেৱব্ৰত শইকীয়া,পৱন সিং ঘাটোৱাৰৰ ।

নিৰ্বাচনী প্ৰচাৰ চলাই দেৱব্ৰত শইকীয়াৰ মন্তব্য । বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰাইজে কৰিব ভোটদান । মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বিশ্বাসে নকৰে । দেৱব্ৰত শইকীয়াৰ দাবী ৰাইজে ধৰ্ম নিৰপেক্ষতাৰ সপক্ষে দিব ভোটদান ।

ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰো সমালোচনা বিজেপিক । তেওঁৰ মন্তব্য বিজেপিয়ে প্ৰতিশ্ৰুতি ৰক্ষা ব্যৰ্থ হৈছে । বিজেপিয়ে অসম চুক্তিৰ ছয় নং ডফাৰ প্ৰতিবেদন কাৰ্যকৰী নকৰিলে । ইফালে তেওঁ ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জয়ী হ’ব বুলি দাবী কৰে ।

Exit mobile version