Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tomorrow Second Phase Election:কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ

ৰাজ্য পাঁচ সমষ্টিৰ ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত, ৯,১৩৩টা কেন্দ্রত ৭৭ লাখ ৯ হাজাৰ ২৭৬জন ভোটাৰে কৰিব ভোটদান

publisher by publisher
April 25, 2024
in India, Assam, News
Reading Time: 1 min read
0
Voter Turnout in Five Constituencies in State Was 70.77 Percent:শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
1
SHARES
9
VIEWS
ShareShareShareShare

Tomorrow Second Phase Election:

কাইলৈ ভোট গ্ৰহণৰ বাবে সাজু নিৰ্বাচন আয়োগ ৷ অসমৰ পাঁচটা লোকসভা সমষ্টিত শুক্ৰবাৰে অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু দৰং-ওদালগুৰিত পুৱা ৭ বজাৰে পৰা বিয়লি ৫বজালৈকে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

ADVERTISEMENT

পাঁচটা সমষ্টিৰ ৯,১৩৩টা কেন্দ্রত হ’ব ভোটগ্রহণ ৷ মুঠ ৭৭ লাখ ৯ হাজাৰ ২৭৬জন ভোটাৰে কৰিব ভোটদান ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৩৮ লাখ ৭৮ হাজাৰ ৬৬৭জনৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৩৮ লাখ ৩০ হাজাৰ ৪৩৯গৰাকী।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ECI:ৰেডিশ্ব’ন ব্লু’ত ৰাজ্যৰ ৰাজনৈতিক দলৰে নিৰ্বাচন আয়োগৰ পৰ্যালোচনা বৈঠক

মধ্য অসমৰ অন্যতম সংসদীয় সমষ্টি ‘নগাঁও’ত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা- ১৮,০৪, ৪৭১ গৰাকী, আঠটা বিধান সমষ্টি বিশিষ্ট নগাঁও লোকসভা সমষ্টিৰ ১৩ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷ নগাঁওৰ ১৩ প্ৰাৰ্থীৰ ভিতৰত তিনি গুৰুত্বপূৰ্ণ প্ৰাৰ্থী ক্ৰমে বিজেপিৰ সুৰেশ বৰা,কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামৰ মাজতে তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে,সমষ্টিটোত সংখ্যালঘুৰ ভোটাৰ অধিক হোৱা বাবে নিৰ্ণায়ক ভূমিকা ল’ব সংখ্যালঘু জনতাই ৷

আনহাতে বৰাক উপত্যকাৰ আন এটা সংখ্যালঘু অধ্যুষিত সংসদীয় সমষ্টি ‘কৰিমগঞ্জ’ত মুঠ ভোটাৰৰ সংখ্যা ১৪,১২,২৩৯ গৰাকী ৷ সাতটা বিধানসভাৰে গঠিত কৰিমগঞ্জত মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৪ গৰাকী ৷ ৰাজ্যৰ ভিতৰত অধিক সংখ্যক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰা কৰিমগঞ্জত মুল যুঁজ খন হ’ব বিজেপিৰ কৃপানাথ মাল্লা, এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী আৰু কংগ্ৰেছৰ হাফিজ ৰজিদ আহমেদ চৌধুৰী ৷

আনহাতে তিনি পাৰ্বত্য জিলাৰ ছয়টা বিধানসভা সমষ্টি বিশিষ্ট ‘ডিফু’ত মুঠ ৮, ৯৩, ০৫৮গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব পাঁচ প্ৰাৰ্থীৰ ৷ পাঁচ প্ৰাৰ্থীৰ ভিতৰত বিজেপি অমৰসিং তিছু, কংগ্ৰেছৰজয়ৰাম ইংলেং আৰু অটোনমাচ ষ্টেট ডিমাণ্ড কমিটিৰ
জটচন বে’ৰ মাজতে যুঁজ খন সীমাবদ্ধ থাকিব ৷

বৰাকৰে আন এটা সমষ্টি শিলচৰত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৩,৬১,৪৯৬ জন । মুঠ সাতটা বিধানসভা সমষ্টি থকা শিলচৰত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮ জন ৷ মুল যুজঁ খন দুই কোণীয়া হ’ব ৷ বিজেপিৰ পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰৰ মাজত পোনপটীয়া যুঁজ খন হোৱাৰ সম্ভাৱনা আছে ৷

আনহাতে চাৰি জিলা ক্ৰমে কামৰূপ গ্ৰাম্য,তামুলপুৰ, দৰং আৰু বিটিআৰৰ ১১সমষ্টি বিশিষ্ট দৰং-ওদালগুৰি লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১, ৮৭, ১৬০গৰাকী ৷ নিৰ্বাচনত ৰণত অৱতীৰ্ণ হোৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ১১ গৰাকী ৷ মুল যুঁজ খন হ’ব বিজেপিৰ দিলীপ শইকীয়া,কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োৰ মাজত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamECIFive LoksabhaLoksabha Election 2024second phase
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d