Guwahati-North Guwahati Ferry Service is also Closed for Second Day:দ্বিতীয় দিনৰ বাবেও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

নদীৰ জলপৃষ্ট হঠাৎ বৃদ্ধি পোৱাত ব্যাহত হৈ পৰিছে ফেৰী সেৱা

ferry

Guwahati-North Guwahati Ferry Service is also Closed for Second Day:

দ্বিতীয় দিনৰ বাবেও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা । নদীৰ জলপৃষ্ট হঠাৎ বৃদ্ধি পোৱাত ব্যাহত হৈ পৰিছে ফেৰী সেৱা ।

উল্লেখ্য যে,বাঢ়নী পানীত বুৰ গৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ তিনিওটা ফেৰী ঘাট । যাৰ ফলত ফেৰী যাত্ৰীৰ মাজত হাহাকাৰ। অৱশ্যে আজি আবেলিলৈ ফেৰী সেৱা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

মনকৰিবলগীয়া যে, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ট হঠাৎ বৃদ্ধি পোৱাৰ বাবে দেওবাৰে বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ।

Exit mobile version