Bike Thift Arrested In Khanapara:নুনমাটি আৰক্ষীৰ অভিযানত খানাপাৰাৰ বাছ

ষ্টপৰ পৰা স্কুটীসহ গ্ৰেপ্তাৰ এটা কুখ্যাত চোৰক

car theft

Bike Thift Arrested In Khanapara:

মহানগৰীত শেহতীয়াকৈ য’তে-ত’তে বাইক চোৰে সংঘটিত কৰি গৈছে ইটোৰ পাছত সিটোকৈ চুৰি কাৰ্য

ADVERTISEMENT

ইয়াৰ মাজতে গোপন সূত্ৰৰ পমখেদি নুনমাটি আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই খানাপাৰা বাছ ষ্টপৰ পৰা স্কুটীসহ এটা কুখ্যাত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰটো পাথৰকুৱেৰীৰ সন্তোষ গোৱালা ৷

নুনমাটি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত বাইক চোৰটোক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version