Heroin Seized With Paddlar Arrested:এছ টি এফৰ অভিযানত বকোত হে’ৰইন সহ আটক দুই সৰবৰাহকাৰী

heroin seized

Heroin Seized With Paddlar Arrested:

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ এছটিএফে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ মাজতে বৃহস্পতিবাৰে বিশেষ খবৰ ভিত্তিত বকোত অৰ্তকিতে চলোৱা অভিযানত হে’ৰইন সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

সৰবৰাহকাৰীয়ে এখন এল্টৰ ষ্টিয়াৰিঙৰ স্তম্ভত লুকুৱাই আনিছিল ৩০ টা চাবোনৰ কেচত হে’ৰইন খিনি ৷ জব্দকৃত হে’ৰইন খিনিৰ ওজন ৪২০ গ্ৰাম। ধৃত দুই সৰাবৰাহকাৰী বৰপেটাৰ গৰৈমাৰী কাবেল উদ্দিন আৰু ছাবুৰ আলী ৷

Exit mobile version