Widespread Irregularities in Guwahati School Buses:মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি

পৰিবহণ বিভাগৰ অভিযানত জব্দ কেবাখনো স্কুল বাছ

ghy bus 1

Widespread Irregularities in Guwahati School Buses:

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলালে পৰিবহণ বিভাগে। বৃহস্পতিবাৰে মহানগৰীত এনফৰ্ছমেণ্ট বিভাগে কেবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলায় বিসংগতি। অভিযানত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩ খনকৈ বাহন জব্দ কৰে অভিযানকাৰী দলটোৱে।

জানিব পৰা মতে, স্কুল বাছসমূহত ছাত্রীসকলৰ বাবে যিখিনি সা-সুবিধা থাকিব লাগিছিল, জব্দকৃত এই বাহন সমূহত সেইসমূহ উপলব্ধ নাছিল। যাৰ পৰিপ্ৰেক্ষিতত এনফৰ্ছমেণ্টৰ অভিযানকাৰী দলটোৱে এইসমূহ বাহন জব্দ কৰিবলৈ বাধ্য হয় ৷

Exit mobile version