Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Passengers are Desperate for Buses:ভোটদানৰ বাবে ঘৰলৈ যাব ওলোৱা যাত্ৰীৰ বাছৰ অভাৱত হাহাকাৰ !

এসপ্তাহ পূৰ্বৰে পৰা নামনি অসমমুখী যাত্রীবাহী ৰে'লতো ভিৰ, মহানগৰীত চলাচল কৰা চিটিবাছসমূহো অধিগ্রহণ কৰাত মহানগৰবাসীৰ ব্যাপক অসুবিধা

publisher by publisher
May 6, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Passengers are Desperate for Buses:ভোটদানৰ বাবে ঘৰলৈ যাব ওলোৱা যাত্ৰীৰ বাছৰ অভাৱত হাহাকাৰ !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Heroin Seized In ISBT : আইএছবিটিত এছটিএফৰ জালত ড্রাগছসহ সৰবৰাহকাৰী

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

Three Women Traffickers Arrested:বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ অসমৰ যুৱতী সৰবৰাহৰ চেষ্টা

Passengers are Desperate for Buses:

তৃতীয় পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণলৈ মাজতে আৰু এদিনহে বাকী থকা অৱস্থাত ভোটদানৰ বাবে হেজাৰ হেজাৰ গৃহমুখী লোকে দেওবাৰ আৰু সোমবাৰে বাছৰ অভাৱত গুৱাহাটীত বোন্দাপৰ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। বিশেষকৈ গুৱাহাটীৰ আইএছবিটি, আদাবাৰী, খানাপাৰা, বশিষ্ঠ চাৰিআলি, জালুকবাৰীকে নামনি অসমমুখী পথৰ প্ৰতিটো আস্থানাতে পুৱাৰে পৰা বাহন বিচাৰি যাত্ৰীৰ সমাগম ঘটে।

ADVERTISEMENT

উল্লেখ্য যে নির্বাচনী কামত নিয়োজিত কৰাৰ বাবে বিভিন্ন জিলা প্রশাসনে ইতিমধ্যে বিভিন্ন পথত চলাচল কৰা প্রায় সকলোবোৰ যাত্রীবাহী গাড়ী অধিগ্রহণ কৰিছে। ফলত এতিয়া গুৱাহাটীৰ পৰা নামনি অসমমুখী প্রতিটো গন্তব্যস্থলবে যাত্রীবাহী গাড়ীৰ অভাৱ ঘটিছে।

উল্লেখ্য যে তৃতীয় পর্যায়ৰ মঙলবাৰে হ’বলগীয়া ভোটগ্রহণৰ প্ৰাকক্ষণত বিগত প্রায় এসপ্তাহ পূৰ্বৰে পৰা নামনি অসমৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ অভিমুখী সকলো যাত্রীবাহী বাহনতে যাত্ৰীৰ ভিৰ ঘটা পৰিলক্ষিত হৈছিল। আনকি ভোটদানৰ বাবে নিজৰ নিজৰ ঘৰলৈ ওলোৱা যাত্রীৰে ঠাহ খাই পৰিছিল নামনি অসমৰ বিভিন্ন স্থানলৈ যোৱা যাত্রীবাহী ৰে’লসমূহো। দেওবাৰ আৰু আজিও যানবাহনৰ অভাৱৰ অধিক জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। কেৱল দুৰণিবটীয় বাছেই নহয়, মহানগৰীতো আনকি নোহোৱা হৈ পৰিছে চিটিবাছ আৰু মেজিক। স্বাভাৱিকতে হাৰাশাস্তিৰ সম্মুখীন হ’বলগীয়া হৈছে মহানগৰবাসীয়েও।

উল্লেখ্য যে অহা মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ভোটদানৰ বাবে আজি গৃহাভিমুখী বহুলোকে যানবাহনৰ অভাৱত প্রতিটো আস্থানতে ভিৰ কৰা পৰিলক্ষিত হয়। অৱশ্যে ইয়াৰ মাজতো ধুবুৰী, গোৱালপাৰা আৰু বৰপেটাৰ একাংশ লোকক নির্দিষ্ট কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত সৰু গাড়ীবাৰে গুৱাহাটীৰ পৰা নিজৰ নিজৰ স্থানলৈ কঢ়িওৱা হৈছে বুলি স্বয়ং পৰিবহণ বিভাগেই প্রকাশ কৰিছে।

উল্লেখ্য যে গুৱাহাটীত চলাচল কৰা চিটিবাছসমূহ ইতিপূর্বে অধিগ্রহণ কৰি বিভিন্ন স্থানলৈ প্ৰেৰণ কৰাৰ পাছত গুৱাহাটীত থকা ৩৮০ খন স্কুল বাছো অধিগ্রহণ কৰি পৰিবহণ বিভাগে নির্বাচনী বিভাগক গতাই দিছে। নির্বাচনৰ প্ৰাক্‌র্মুহূর্তত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে গুৱাহাটীত কর্মসূত্রে কটোৱা লোকসকলে নিজৰ নিজৰ ঘৰলৈ যাবলৈ গৈ বাছৰ অভাৱত বিমুখ হোৱাৰ পাছত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাও পৰিলক্ষিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IsbtLoksabha Election 2024Passengers are Desperate for Buses
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d