Horoscope:ৰাশিফল
মেষ: সন্তানৰ বাবে সুখ। ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে। ধন প্ৰাপ্তিৰ আশা। অযথা চিন্তা পৰিহাৰ কৰক। প্ৰেমত শুভ।
বৃষ: বন্ধুবৰ্গৰ পৰা উৎসাহ পাব। বুদ্ধিজীৱীৰ তথা সংস্কৃতিপ্রেমীৰ অনুকূল। বিদ্যাত বেয়া নহ’ব। কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে। দাম্পত্যত বুজাপৰাৰ অভাৱ।
মিথুন: পূর্ব দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোনো কৰ্মৰ ফল স্বৰূপে মনত শান্তি আহিব। মানসিক অযথা চিন্তাক নিয়ন্ত্রণ কৰক।
কর্কট: ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুৰ্ভাৱনা থাকিব। বাকী দিশ মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীৰ উন্নতিৰ আশা আছে।
সিংহ: পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। স্বজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব। পাৰিবাৰিক সমস্যাত বিব্রত হ’ব পাৰে। আর্থিকত ব্যয়।
কন্যা: শাৰীৰিক কিছু উন্নত। যোগ্য ব্যক্তিৰ মান সম্মান প্রাপ্তিৰ মৃদু আভাস। ৰাজহুৱা কামতো তদ্রুপ। কর্মক্ষেত্রত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক।
তুলা: মজলীয়া ফল। বাঞ্ছিত কর্মত কিছু অগ্রগতি। ভাই-ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা। বাকী বিষয়ত ভালেই। দূৰ ভ্ৰমণ স্থগিত ৰাখক। সুসংবাদ লাভ।
বৃশ্চিক: উৎসাহপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতো ভালেই। সন্তানৰ লগত মিলি ভাল পাব। কর্মস্থানত বাধা কম। আর্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ পৰা সুখ।
ধনু: কর্মক্ষেত্রত উৎসাহ লাভ। কোনো আত্মীয়ৰ পৰা দুসংবাদ পাব পাৰে। কর্মস্থানত যোগ্যতা থাকিব। প্রভাবশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে।
মকৰ: অস্থিৰতা পাৰিলে বৰ্জন কৰক। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। অৱশ্যে দুই-এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব।
কুম্ভ: কর্মক্ষেত্রত কোনো নভবা প্রসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ ভাব আগ্রহ হ’ব। বিদ্যাত চেষ্টাৰ সুফল পাব। ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা।
মীন: কৰ্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব। ভ্ৰমণৰ ফলত আনন্দ। নিবনুৱাৰ কৰ্মসংস্থানৰ কিছু আশা আছে। বিদ্যাত ভালেই দেখা যায়।