Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Tv Actress Jannat Zubair:বলিউড কিং শ্বাহৰুখ খানকো ২৩ বছৰ বয়সতে পিছ পেলালে কোনে

publisher by publisher
January 27, 2025
in Bollywood, Entertainment
Reading Time: 2 mins read
0
Tv Actress Jannat Zubair:বলিউড কিং শ্বাহৰুখ খানকো ২৩ বছৰ বয়সতে পিছ পেলালে কোনে
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

Happy Birthday Shah Rukh Khan : সমুদ্রৰ কাষত থাকি ভাল লাগে, এয়াতো ভাল পোৱাৰ সমুদ্র : আবেগিক শ্বাহৰুখ খান

Tv Actress Jannat Zubair:

বলিউড কিং শ্বাহৰুখ খানকো ২৩ বছৰ বয়সতে পিছ পেলালে তেওঁ | কেৱল এয়াই নহয়, অনন্যা, সুহানা, ৰাশাৰ দৰে নতুন প্ৰজন্মৰ অভিনেত্রীও তেওঁৰ সৌন্দৰ্যৰ সন্মুখত বিফল।

ADVERTISEMENT

উদ্যোগটোত এনে বহু তাৰকা আছে যিয়ে ফেন ফ’ল’ৱাৰ আৰু নেট বৰ্থৰ ক্ষেত্ৰত ইজনে সিজনক পিছ পেলাইছে। কিন্তু আজি আমি আপোনালোকক কম এগৰাকী টিভি অভিনেত্রীৰ কথা, যিগৰাকীৰ বয়স মাত্র ২৩ বছৰ আৰু টিভি উদ্যোগৰ উচ্চ দৰমহা পোৱা অভিনেত্রীৰ ভিতৰত গণ্য কৰা হৈছে।

কেৱল এয়াই নহয়, এই বয়সতে তেওঁৰ যেন ফ’ল’ৱাৰ, সৌন্দৰ্য আৰু নেট বৰ্থৰ ক্ষেত্ৰত বহু ডাঙৰ তাৰকাক পিছ পেলাইছে ৷ অভিনেত্ৰী গৰাকীক ছ’চিয়েল মিডিয়াৰ অতি শক্তিশালী মুখ বুলি গণ্য কৰা হয়। অভিনেত্রী হোৱাৰ উপৰি ছ’চিয়েল মিডিয়াৰ প্রভাৱশালী ব্যক্তি তেওঁ।

টিভি শ্ব’ৰ লগতে ৰিয়েলিটি শ্ব’ৰ অংশ হৈ থকা নিজৰ সৌন্দৰ্যৰে সকলোকে প্রভাৱিত কৰে। কম বয়সতে ভাল স্বীকৃতি আৰু খ্যাতি অর্জন কৰা ২৩ বছৰীয়া জান্নত জুৱাইৰৰ কথা কৈছো । শ্বাহৰুখ খানক বলিউডৰ কিং বুলি কোৱা হয় আৰু তেওঁৰ ফেন ফ’ল’ৱাৰ ভাৰতৰ লগতে বিদেশতো আছে । ছ’চিয়েল মিডিয়াতো দেখা যায় শ্বাহৰুখৰ উন্মাদনা। ইনস্টাগ্রামত তেওঁৰ ৪৬ কোটিতকৈ অধিক ফ’ল’ৱাৰ আছে।

কিন্তু এতিয়া এই বিষয়ত অভিনেত্রী তথা ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী জান্নত জুবাইৰে তেওঁক পিছ পেলাইছে। ইনস্টাগ্রামত জান্নতৰ ফ’ল’ৱাৰ আছে ৪৯.৭ মিলিয়ন, যি শ্বাহৰুখৰ যেন ফ’ল’ৱাৰতকৈ বহুগুণ বেছি। ২০০১ৰ ২৯ আগষ্টত মুম্বাইত জন্মগ্রহণ কৰা জান্নত জুবাইৰে টিভি উদ্যোগত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু আজি তেওঁ এই উদ্যোগটোৰ এগৰাকী ডাঙৰ তাৰকা হিচাপে পৰিগণিত হৈছে।

২০০৮ত এনডিটিভিৰ শ্ব’ ‘চান্দ কে-পাৰ চালো’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ‘দিল মিল গায়’, ‘কাশীঃ আব না ৰাহে তেৰা কাগজ কোৰা’, ‘ফুলবা’, ‘মহাৰানা প্রতাপ’, ‘তু আশিকী’, ‘ফিয়াৰ ফাইলছ’ আদি টিভি শ্ব’ত অভিনয় কৰিছে। ৰাণী মুখার্জীৰ ছবি ‘হিচকী’তো তেওঁ কাম কৰি আহিছে। ইয়াৰ পিছতো জন্নত বহু ৰিয়েলিটি শ্ব’ৰ অংশ হৈ আহিছে।

জান্নত কেৱল এগৰাকী অভিনেত্রী নহয় ব্যৱসায়ীও। সংবাদ মাধ্যমৰ খবৰ অনুসৰি জান্নতৰ সম্পত্তিৰ পৰিমাণ প্রায় ২৫০ কোটি টকা বুলি কোৱা হৈছে, যাৰ বাবে তেওঁ বলিউডৰ কোনো ডাঙৰ তাৰকাতকৈ কম নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bolllywoodking khanTv Actress Jannat Zubair
publisher

publisher

Related Posts

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ
Entertainment

এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

September 25, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d