Indonesian Youth Arrested With Cocaine at Guwahati Airport:গুৱাহাটী বিমান বন্দৰত ক’কেইনসহ গ্ৰেপ্তাৰ বিদেশী নাগৰিক

অস্ত্রোপচাৰ কৰি পেটৰ ভিতৰত আনিছিল ১১ কোটি টকাৰ ক'কেইন

cockine

Indonesian Youth Arrested With Cocaine at Guwahati Airport:

অভিনৱ কৌশলৰে আন্তৰাষ্ট্ৰীয় সৰবৰাহকাৰীয়ে গুৱাহাটীলৈ সৰবৰাহ কৰা কোকেইন সহ এজন ইন্দোনেছিয়ান নাগৰিক জালত পৰে সীমা শুল্ক বিভাগৰ ৷ বিশেষ খবৰৰ ভিত্তিত গুৱাহাটী বিমান বন্দৰত সীমা শুল্ক বিভাগ ক’কেইনসহ ৰেইনহার্ড ছিৰাইট নামৰ জাকাৰ্টাৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, ধৃত যুৱকজনে অস্ত্রোপচাৰ কৰি পেটৰ ভিতৰত আনিছিল ১১ কোটি টকাৰ ক’কেইনখিনি ৷

ইতিমধ্যে ধৃত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্ত্রোপচাৰ কৰি পেটৰ পৰা উলিওৱা হয় ক’কেইনখিনি ৷

Exit mobile version