Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

উত্তৰ-পূব ভাৰতক অচিৰে ড্ৰাগছৰ ঘাটি কৰিব গুৱাহাটী বিমান বন্দৰৰ ‘মালিক’ আদানীয়ে !

প্রধানমন্ত্রী মােডীৰ বণিয়া বন্ধু আদানীৰ মালিকানাধীন গুজৰাটৰ মুদ্ৰা জাহাজ বন্দৰত ধৰা পৰিল ৯০০০ কোটি টকাৰ 'হেৰ'ইন’

publisher by publisher
September 21, 2021
in Assam, India, News
Reading Time: 1 min read
0
উত্তৰ-পূব ভাৰতক অচিৰে ড্ৰাগছৰ ঘাটি কৰিব গুৱাহাটী বিমান বন্দৰৰ ‘মালিক’ আদানীয়ে !
4
SHARES
41
VIEWS
ShareShareShareShare

গুজৰাটৰ কুটছৰ নিকটৱর্তী মুন্দ্রা জাহাজ বন্দৰত কালি মুঠ ৩০০০ কিল’গ্রাম ‘হেৰ’ইন’জব্দ কৰা হৈছে, তথ্য অনুসৰি জব্দ কৰা ‘হেৰ’ইন’খিনিৰ বজাৰ মূল্য ৯০০০ কোটি টকা ।

ADVERTISEMENT

আফগানিস্তানৰ পৰা আমদানি কৰি ভাৰতলৈ অনা এই নিষিদ্ধ ড্রাগছৰ বিশাল ভাণ্ডাৰ কালি, ২০ ছেপ্টেম্বৰ তাৰিখে অতর্কিতে অভিযান চলাই জব্দ কৰিছে।

RelatedPosts

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

কলগাছিয়াত বিদেশী বিতাড়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ

‘ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইন্টেলিজেন্স’ আৰু ‘আবকাৰী শুল্ক বিভাগৰ বিষয়াসকলে। এতিয়ালৈকে দেশত ইমান বিশাল পৰিমাণৰ চোৰাং ‘হেৰ’ইন’ ধৰা পৰাৰ এইটোৱেই আটাইতকৈ ডাঙৰ ঘটনা।

আটাইতকৈ ডাঙৰ কথাটো হ’ল যে গুজৰাটৰ ব্যক্তিগত খণ্ডৰ এই মুদ্রা জাহাজ বন্দৰৰ মালিক হ’ল দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ‘অতি আদৰৰ’ বণিয়া গৌতম আদানী। মােডীৰ ৰাজত হেজাৰ হেজাৰ কোটিৰ মালিক হৈ পৰা এই কুখ্যাত বণিয়া আদানীৰ হাততে অসমৰ ৰাইজৰ তুমূল আপত্তিকো নেওচি বি জে পি চৰকাৰে পানীৰ দৰত ৫০ বছৰলৈ ‘লীজত তুলি দিছে গুৱাহাটীৰ লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ।

আজি এই অভিযােগ তুলিছে অসম প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিত্ মহন্তই। শ্রীমহন্তই আজি প্রকাশ কৰা এক বিবৃতিত কয় যে কেৱল টকাৰ বাবে সকলাে নিলাম কৰিব জনা প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে অসমৰ সৰ্বস্তৰৰ ৰাইজৰ প্রতিবাদৰ পাছতাে কেৱল ‘গােপন অংক’ত এনে এজন বণিয়াৰ হাতত দেশৰ সংহতি
আৰু নিৰাপত্তাক গভীৰ সংকটৰ মাজলৈ ঠেলি দি লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰক তুলি দিছে।

ইয়াৰ পৰিণতি অচিৰে ভূগিবলৈ সাজু হৈ থাকক নৰেন্দ্ৰ মােদী আৰু তেওঁৰ অসমৰ দুই মূল এজেন্ট’ বি জে পিৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শর্মা।

আদনীৰ মালিকানাধীন ‘আদানী প’র্ট কোম্পানী’ৰ অধীনৰ মুদ্ৰা জাহাজ বন্দৰত ইমান বৃহত্ পৰিমাণৰ চোৰাং “হেৰ’ইন’ ধৰা পৰাটোৱেই এতিয়া প্রমাণ কৰিছে – এইজন বণিয়া দেশৰ নিৰাপত্তাৰ বাবে কিমান ভয়ংকৰ হ’ব পাৰে।

“এনে এজন তৰল, টকাৰ বাবেই সর্বস্ব কৰিব পৰা বণিয়াৰ হাতত বাংলাদেশ, চীন, ম্যানমাৰ, ভূটান, নেপালৰ দৰে বিদেশী ৰাষ্ট্ৰই ঘেৰি থকা অসম তথা উত্তৰ-পূৱৰ আটাইতকৈ ডাঙৰ আৰু স্পর্শকাতৰ এটা লাভজনক বিমান বন্দৰ সুদীর্ঘ ৫০ বছৰলৈ তুলি দিয়াৰ আঁৰত নৰেন্দ্ৰ মােদীৰ গভীৰ ষড়যন্ত্র আছে বুলি আমি এতিয়া সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ”এই মন্তব্য মহন্তৰ।

গুৱাহাটী বিমান বন্দৰৰ ৰাণ-ৱে’টো অসামৰিক বিমান পৰিবহনৰ উপৰি ভাৰতীয় বিমান বাহিনীৰাে ৰাণ-ৱে হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। দেশৰ নিৰাপত্তাৰ সৈতে জড়িত এটা বিষয়ক ইমান উপৰুৱা দৃষ্টিৰে চাব পৰা এগৰাকী প্রধানমন্ত্রী আচলতে সমগ্র দেশৰ বাবেই অতি-বিপজ্জনক।

“আমি আদানী পৰ্টৰ মুদ্ৰা জাহাজ বন্দৰেৰে দেশলৈ কেৱল কালিয়েই যে এনেদৰে ভয়ংকৰ হেৰ’ইন’ৰ বাকচ কঢ়িয়াই অনা হৈছিল সেই কথা বিশ্বাস কৰিবলৈ টান পাইছোঁ। আমি এই ঘটনাৰ পুংখানুপুংখ আৰু উচ্চ-পর্যায়ৰ তদন্ত দাবী কৰিছোঁ আৰু গুৱাহাটী বিমান বন্দৰকে ধৰি দেশৰ ছটাকৈ বিমান বন্দৰ ড্ৰাগছৰ সৰবৰাহত সহযােগিতা কৰা এগৰাকী দেশদ্রোহীৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছোঁ”বুলিও শ্রীমহন্তই কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AdaniCongressMundra Port
publisher

publisher

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d