Dedbody Recovered In Dispur:মহানগৰীৰ জনতা ভৱনৰ সন্মুখৰ নলাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

dispu

Dedbody Recovered In Dispur:

মহানগৰীৰ দিছপুৰত উদ্ধাৰ এটা মৃতদেহ। দিছপুৰস্থ জনতা ভৱনৰ সন্মুখৰ ফুটব্ৰীজৰ নলাত  উদ্ধাৰ হয় মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰে ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীয়ে |

ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷

আনহাতে এই পৰ্যন্ত চিনাক্ত হোৱা মৃতদেহটো ৷ দিছপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷

Exit mobile version