Heroin Seized With Two Paddlar Arrested In Karimgang:কৰিমগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত হে’ৰইন সহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

drugs seized

Heroin Seized With Two Paddlar Arrested In Karimgang:

ড্ৰাগছৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে কঠোৰস্থিতি লোৱাৰ মাজতে হে’ৰইন সহ দুই পেডলাৰক আটক কৰে আজি ৷

আৰক্ষীৰ ড্ৰাগছ বিৰোধী গোটে অৰ্তকিতে অভিযান চলাই ১০ টা চাবোনৰ বাকছত ১২৩ গ্ৰাম হে’ৰইন সহ দুই পেডলাৰক আটক কৰে ৷ ধৃত সৰবৰাহকাৰী দুটা হ’ল ফৰিদ উদ্দিন আৰু চুমন পাল ৷

Exit mobile version