Stf Raid In Jalukbari:মহানগৰীৰ জালুকবাৰীত এছটিএফৰ অভিযান

৫ লাখ ৫৫ হাজাৰ ৫০০ জাল নোট জব্দ, অল্ট' বাহনসহ আটক দুই সৰবৰাহকাৰীক

fske note

Stf Raid In Jalukbari:

মহানগৰীৰ জালুকবাৰীৰ গোটানগৰত অসম আৰক্ষীৰ এছটিএফৰ অভিযানত জব্দ  ৫ লাখ ৫৫ হাজাৰ ৫০০ জাল নোট ৷ এএছ-০১-কিউ চি-৬৫৩৩ নম্বৰৰ এল্ট সহ আটক দুই সৰবৰাহকাৰী

ধৃত সৰবৰাহকাৰী দুটা হ’ল বিহপুৰীয়াৰ ৰফিকুল ইছলাম আৰু মুকালমুৰাৰ ছিৰাজুল আলম ৷ আটকাধীন সৰবৰাহকাৰী দুটাৰ পৰা জালনোট সহ দুটা ম’বাইল আৰু নকল নোট প্ৰস্তুত কৰা কেতবোৰ আপত্তিজনক সামগ্ৰী। ইতিমধ্যে দুই জালনোট সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা চলাইছে এছটিএফে ৷

Exit mobile version