Cyclone Remal has declared schools closed in eight districts:ৰাজ্যত কালঘূৰ্ণি ‘ৰেমাল’ৰ ব্যাপক প্ৰভাৱ,আঠ জিলাৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা

remal for cm

Cyclone Remal has Declared Schools Closed in Eight Districts:

ৰাজ্যত কালঘূৰ্ণি ‘ৰেমাল’ৰ ব্যাপক প্ৰভাৱ। যাৰবাবে ২৯ মে’ত বন্ধ থাকিব ৰাজ্যৰ কে’বাখনো জিলাৰ চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠান সমূহ ৷ জিলা কেইখন হ’ল নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ ৷ শিক্ষানুষ্ঠান বন্ধৰ কথা চ’ছিয়েল’ মেডিয়া যোগে সদৰি কৰে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই

Exit mobile version