Delhi Airport Bomb Threat:দিল্লীৰ বিমান বন্দৰত বোমাতংক

দিল্লীৰ পৰা বাৰানসীৰ অভিমুখী ইণ্ডিগ’ৰ বিমান হুৱাদুৱা

indigo

Delhi Airport Bomb Threat:

ৰাজধানী চহৰ দিল্লীৰ আন্ত:ৰাষ্ট্ৰীয় বিমান কোঠত চাঞ্চল্য ৷ দিল্লীৰ পৰা বাৰানসীৰ অভিমুখে উৰা মাৰিবলগীয়া ইণ্ডিগ’ৰ এখন যাত্রীবাহী বিমানত বোমা থকাৰ খবৰ সম্ভেদ লাভ কৰিছিল বিমান কৰ্তৃপক্ষই ৷ এই বোমাতংকত হুৱাদুৱা লাগে বিমান খনৰ যাত্ৰীসকলৰ মাজত ৷

ইয়াৰ পাছতে বিমানৰ জৰুৰীকালীন দুৱাৰেৰে সকলো যাত্ৰীক নিৰাপদে নমোৱা হয় ৷ আৰক্ষীৰ বোমা বিশেষজ্ঞ দলে বিমানৰ চৌদিশ আৰু যাত্ৰী সকলৰ সা- সামগী তন্নকৈ তন্নকৈ পৰীক্ষা কৰে ৷

Exit mobile version