Incident at Radisson Blu:পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুত অঘটন !

খঁহি পৰিল প্ৰথম মহলাৰ চিলিঙৰ এটা বৃহৎ অংশ, চৰকাৰী বৈঠক চলি থকাৰ মাজতে সংঘটিত হয় এই ঘটনা, কথমপি প্ৰাণৰক্ষা কেইগৰাকী আমোলা- বিষয়াৰ

redision blu

Incident at Radisson Blu:

মহানগৰীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুত অঘটন ৷ হঠাতে খঁহি পৰে ৰেডিছন ব্লুৰ চাঁদ। বিলাসী হোটেল খনৰ প্ৰথম মহলাৰ এক বৃহৎ অংশ হঠাৎ খহি পৰে ৷

উল্লেখ্য যে,এই অঘটন সংঘটিত হোৱাৰ সময়ত হোটেলখনত অনুষ্ঠিত হৈ আছিল আমোলা- বিষয়াৰ এখন চৰকাৰী বৈঠক ৷ অৱশ্যে কোনো হানিবিঘিণি নোহোৱাকৈ কথমপি প্ৰাণৰক্ষা পৰে বিষয়া-আমোলাৰ ৷

Exit mobile version