Pubanchal ME School Head Master Runu Das Patwari has been Suspended:গুৱাহাটীৰ পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুণু দাস পাটোৱাৰীক নিলম্বন

১৬.৫ লাখ টকা আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে

ghy hm suspention

Pubanchal ME School Head Master Runu Das Patwari has been Suspended:

বিদ্যালয়ৰ ধন আত্মাসাৎ কৰি নিলম্বিত হ’ল প্ৰধান শিক্ষয়িত্ৰী ৷ গুৱাহাটীৰ পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুণু দাস পাটোৱাৰীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ সংশ্লিষ্ট বিভাগে নিলম্বন কৰে ৷

ADVERTISEMENT

উল্লেখ্য যে, প্রধান শিক্ষয়িত্ৰী ৰুণু দাস পাটোৱাৰীৰ বিৰুদ্ধে বিদ্যালয়ৰ বিভিন্ন শিতানৰ মুঠ ১৬.৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ বিদ্যালয়ৰ সামগ্ৰী কিনা দেখুৱাই লুট কৰিছিল বৃহৎ পৰিমাণৰ ধনখিনি।

আনহাতে প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ ধন লুটৰ ঘনিষ্ঠ সহযোগী সহশিক্ষক কুঞ্জ বিহাৰী সিং আছিল বুলি অভিযোগ উঠিছে ৷

Exit mobile version