Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Primary Teachers Association Sent a Memorandum to the CM by Mail:​শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা আতিকুৰৰ শাস্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ সম্মিলনীৰ স্মাৰক পত্ৰ

publisher by publisher
January 5, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Assam State Primary Teachers Association Sent a Memorandum to the CM by Mail:​শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা আতিকুৰৰ শাস্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ সম্মিলনীৰ স্মাৰক পত্ৰ
5
SHARES
50
VIEWS
ShareShareShareShare

RelatedPosts

Memorandum of Raijar Dal:ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ ৰাইজৰ দলৰ স্মাৰকপত্ৰ

Gohpur :গহপুৰত অনুষ্ঠিত হোৱা মেগা স্বাস্থ্য শিবিৰৰ ২০ লাখটকীয়া বাজেটৰ সঠিক ব্যৱহাৰ নোহোৱাৰ অভিযোগ

Guwahati Press Club Condemnation:সাংবাদিকৰ প্ৰতি কংগ্ৰেছ বিধায়ক এ কে ৰশিদ আলমৰ অশুভ আচৰণৰ তীব্ৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ

Assam State Primary Teachers Association Sent a Memorandum to the CM by Mail:

বিদ্যালয় চলি থকাৰ সময়তে বিদ্যালয় চৌহদতে শিক্ষয়ত্ৰীক প্ৰহাৰ কৰা আতিকুৰ ৰহমানৰ শান্তিৰ দাবীত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে আজি মেইলযোগে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে।

ADVERTISEMENT

যোৱা তিনি জানুৱাৰীত বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তর্গত কলগাচীয়াস্থিত ১৯২৩ নম্বৰ ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী নিতুমণি নাথক স্থানীয় উদণ্ড যুৱক আতিকুৰ ৰহমানে চেণ্ডেলেৰে কোৱাই শাৰিৰীকভাবে অপদস্থ কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পঞ্চমবাৰৰ বাবে আয়োজন কৰা গুণোৎসৱৰ প্রথম পর্যায়ৰ অন্তৰ্গত জিলা সমূহৰ ভিতৰত অন্যতম বৰপেটা জিলা।

গুণোৎসৱৰ প্রথম দিনটোতে শিক্ষয়িত্ৰী গৰাকীৰ ওপৰত কৰা এই আক্রমণে সমগ্র শিক্ষক সমাজকে অপমানিত কৰিছে। বিদ্যালয় চৌহদত জমা হোৱা জাৱৰ-জোথৰ আদি বিদ্যালয়ৰ সমীপৰ আতিকৃৰ ৰহমানৰ খেতিত পৰাৰ অচিলা লৈ শিক্ষয়িত্ৰী গৰাকীৰ ওপৰত বৰ্বৰভাবে আক্রমণ কৰে।

সম্মিলনীৰ সভাপতি অখিল চন্দ্র নাথ আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে স্বাক্ষৰ কৰা স্মাৰক পত্ৰত শিক্ষয়িত্ৰী প্ৰহাৰকাৰী আতিকুৰ ৰহমানক শাস্তি প্ৰদানৰ লগতে নিৰাপত্তাৰ খাতিৰত শিক্ষয়িত্ৰী গৰাকীক উক্ত বিদ্যালয়ৰ পৰা অতি শীঘ্ৰে স্থানান্তৰ কৰাৰ দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State Primary Teachers AssociationCondemnationMailMemorandumTeacher Beaten Upto the CM
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d