Toll Tax Increased Again:পুনৰ বৃদ্ধি পালে টোল কৰ

৫ শতাংশ বৃদ্ধি পালে টোল গে'টৰ কৰ

toll gate

Toll Tax Increased Again:

দেশত নিৰ্বাচন শেষ হোৱাৰ পাছত ৰাইজৰ ওপৰত পুনৰ ৰামটাঙোন কেন্দ্ৰৰ ৷ পুনৰ বৃদ্ধি পালে টোল কৰ । ৫ শতাংশ বৃদ্ধি পালে টোল গে’টৰ কৰ ।

৫ শতাংশ টোল কৰাৰ পাছত নতুন নিৰিখ:

👉লঘু যান-বাহন (এবাৰত):১৩৫টকা( পূৰ্বৰ)/১৪০টকা(নতুন কৰ)

👉লঘু যান-বাহন (অহা-যোৱা):২০০টকা(পূৰ্বৰ কৰ)/ ২১০টকা(নতুন কৰ)

👉লঘু বাণিজ্যিক বাহন (এবাৰত):২১৫টকা(পূৰ্বৰ কৰ)/২৩০টকা(নতুন কৰ)

👉লঘু বাণিজ্যিক বাহন (অহা-যোৱা):৩২৫টকা(পূৰ্বৰ কৰ)/৩৪৫টকা( নতুন কৰ)

👉বাছ-ট্রাক (এবাৰত):৪৫৫(পূৰ্বৰ কৰ)/৪৮০টকা(নতুন কৰ)

👉বাছ-ট্রাক (অহা-যোৱা):৬৮০টকা(পূৰ্বৰ কৰ)/৭২০টকা(নতুন কৰ)

👉বাণিজ্যিক থ্রী এক্সেল (এবাৰত):৪৯৫টকা(পূৰ্বৰ কৰ/৫২৫টকা(নতুন কৰ)

👉বাণিজ্যিক থ্রী এক্সেল (অহা-যোৱা):৭৪৫টকা(পূৰ্বৰ কৰ)/৭৮৫টকা(নতুন কৰ)

👉গধুৰ যান-বাহন (এবাৰত):৭১০টকা(পূৰ্বৰ কৰ)/ ৭৫০টকা(নতুন কৰ)

👉গধুৰ যান-বাহন (অহা-যোৱা):১,০৭০টকা(পূৰ্বৰ কৰ/ ১,১৩০টকা(নতুন কৰ)

👉সামগ্রী কঢ়িওৱা বৃহৎ বাহন (এবাৰত):৮৬৫টকা(পূৰ্বৰ কৰ)/ ৯১৫টকা(নতুন কৰ)

👉সামগ্রী কঢ়িওৱা বাহন (অহা-যোৱা):১,৩০০টকা(পূৰ্বৰ কৰ)/১,৩৭৫টকা(নতুন কৰ)

Exit mobile version