UPDATE : লোকসভা নিৰ্বাচন ২০২৪

counting

UPDATE : লোকসভা নিৰ্বাচন ২০২৪

অসম:

৯ত বিজেপি আগবাঢ়ি, কংগ্ৰেছত ৩, অগপ ১, ইউপিপিএল ১।

দৰং-ওদালগুৰি, গুৱাহাটী, ডিফু, শিলচৰ,কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ আৰু ডিব্ৰুগড় ২০১৮ত বিজেপিৰ অগ্ৰগতি।

আনহাতে,যোৰহাট, কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰীত কংগ্ৰেছৰ অগ্ৰগতি।

কোকৰাঝাৰত ইউ পি পি এল আগবাঢ়ি থকাৰ বিপৰীতে বৰপেটাত আগবাঢ়ি আছে অগপ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপি নেতৃত্বাধীন এনডিএয়ে ২৯৬ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সে অগ্ৰগতি লাভ কৰিছে ২২৮ আৰু অন্যান্যই অগ্ৰগতি লাভ কৰিছে ১৯ ৷

Exit mobile version