Terrible Situation in Manipur:পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত ৷

হত্যাকাণ্ডক কেন্দ্ৰ কৰি মণিপুৰত উত্তেজনা

manipur

Terrible Situation in Manipur:

👉পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি মণিপুৰত

👉হত্যাকাণ্ডক কেন্দ্ৰ কৰি মণিপুৰত উত্তেজনা ৷

👉জিৰিবামত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷

👉ছৈবাম শৰৎ কুমাৰ সিং নামৰ ৫৯ বছৰীয়া লোকক শিৰচ্ছেদ

👉খেতি পথাৰত কাম কৰি থকোতে কেইবাজনো অস্ত্ৰধাৰী দুর্বৃত্তই নৃশংসভাৱে হত্যা কৰে ৷

👉একাংশ কুকি লোকৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷

👉ঘৰ-দুৱাৰ এৰি পলায়ন কৰিছে আতংকিত জনতাই ৷

👉জিৰিবামত জাৰি কৰা হৈছে ১৪৪ ধাৰা ।

Exit mobile version