BJP MPs Expressed Interest in Leaving Ministerial Posts:দেওবাৰে লৈছিল শপত,আজি এৰিব খুজিছে মন্ত্ৰী পদ !

kerela

BJP MPs Expressed Interest in Leaving Ministerial Posts:

দেওবাৰে লৈছিল শপত ৷ কিন্ত আজি এৰিব খুজিছে মন্ত্ৰী পদ ৷ মোদী মন্ত্ৰীসভাৰ ৰাজ্যমন্ত্ৰী হিচাপে দেওবাৰে শপত লৈছিল কেৰালাৰ একমাত্র বিজেপি সাংসদ সুৰেশ গোপীয়ে ৷ আজি তেওঁ মন্ত্ৰী পদ এৰাৰ আগ্ৰহ প্ৰকাশ কৰি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰে ৷

এই সন্দৰ্ভত সুৰেশ গোপীৰ মন্তব্য ‘মই মন্ত্রিত্ব বিচৰা নাছিলোঁ, মই বহুকেইখন বোলছবিৰ সৈতে চুক্তিবদ্ধ হৈ থকাৰ বাবে শ্বুটিং সম্পূৰ্ণ কৰিব লাগিব, সেয়েহে মন্ত্রী পদ এৰিব খুজিছোঁ’।

উল্লেখ্য যে,সুৰেশ গোপী দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বলিষ্ঠ অভিনেতা – চলচ্চিত্ৰ নিৰ্মাতা

Exit mobile version