Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চুক্তিবদ্ধ হ’ল টেলিকম সেৱাৰ দুই মহাৰথী, এয়াৰটেলৰ আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম ক্ৰয় কৰিলে জিঅ’ই

publisher by publisher
August 13, 2021
in Business, India, News
Reading Time: 1 min read
0
চুক্তিবদ্ধ হ’ল টেলিকম সেৱাৰ দুই মহাৰথী, এয়াৰটেলৰ আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম ক্ৰয় কৰিলে জিঅ’ই
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Asia’s Richest person:এছিয়াৰ ধণাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

তিৰুমালা মন্দিৰত আধুনিক ৰান্ধনীগৃহ নিৰ্মাণ কৰিব মুকেশ আম্বানীয়ে

টেলিকম পৰিসেৱাক জনসাধাৰণৰ বাবে সহজলভ্য কৰিবলৈ হাত মিলালে দুই মহাৰথী প্ৰতিদ্বন্দীয়ে । মুকেশ অম্বানিৰ ৰিলায়েন্স জিঅ’ ইনফ’কমক আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম বিক্ৰী কৰিলে সুনিল ভাৰতী মিত্তলৰ এয়াৰটেল গ্ৰুপে ।

ADVERTISEMENT

ফলত অন্ধ্ৰপ্ৰদেশ, দিল্লী আৰু মুম্বাইত এয়াৰটেলৰ আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথ ব্যৱহাৰ কৰি টেলিকম সেৱা দিব পাৰিব ৰিলায়েন্স জিঅ’ই । টেলিকম পৰিসেৱাৰ গ্ৰাহক সংখ্যাৰ নিৰিখত ভাৰতত প্ৰথম স্থানৰ সংস্থা জিঅ’ৰ স’তে এয়ে প্ৰথম কোনো বাণিজ্যিক চুক্তি হ’ল দ্বিতীয় স্থানত থকা এয়াৰটেলৰ ।

দিল্লী আৰু মুম্বাইৰ ষ্টক এক্সেঞ্জত বিষয়টো নথিভুক্ত কৰাৰ সময়ত শুকুৰবাৰে এয়াৰটেলৰ তৰফৰ পৰা কোৱা হয়, অন্ধ্ৰপ্ৰদেশ, দিল্লী আৰু মুম্বাই এই তিনিটা চাৰ্কলত ব্যৱহাৰ আৰু ৰক্ষণাবেক্ষণৰ বাবে সংস্থাৰ আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম ৰিলায়েন্স জিঅ’ক এহেজাৰ চাৰিশ কোটি ৮০ লাখ টকাত বিক্ৰী কৰা হৈছে । তদুপৰি, আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম ৰক্ষণাবেক্ষণৰ বাবে আৰু ৪৬৯ কোটি ৩০ লাখ টকা ব্যয় কৰিবলৈ প্ৰস্তুত জিঅ’ । এই মৰ্মে শুকুৰবাৰেই চূড়ান্ত চুক্তি স্বাক্ষৰিত হৈছে ।

চলিত বৰ্ষৰ আৰম্ভণিতে আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম বিক্ৰীৰ বাবে জিঅ’ৰ স’তে এক চুক্তি হৈছিল এয়াৰটেলৰ । কিন্তু সেই সময়ত এয়াৰটেলে অন্ধ্ৰপ্ৰদেশৰ বাবে ৩.৭৫ মেগাহাৰ্টজ, দিল্লীৰ বাবে ১.২৫ মেগাহাৰ্টজ আৰু মুম্বাইৰ বাবে ২.৫ মেগাহাৰ্টজ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম বিক্ৰী কৰিবলৈ সন্মতি জনাইছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bharti AirtelMUKESH AMBANIReliance Jio InfocommSunil Bharti Mittal
publisher

publisher

Related Posts

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d