Rhino dies in Kaziranga National Park:কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত গঁড়ৰ মৃত্যু

rhino

Rhino dies in Kaziranga National Park:

👉কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত গঁড়ৰ মৃত্যু।

👉অভয়াৰণ্য খনৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ মৃত গঁড়।

👉বেংগা বন শিবিৰৰ অন্তৰ্গত অঞ্চলত উদ্ধাৰ হয় মৃত গঁড়টো।

👉অক্ষত অৱস্থাত থাকে মৃত গঁড়টোৰ খৰ্গ।

👉কেনেকুৱা পৰিস্থিতিত গড়টোৰ মৃত্যু হ’ল এই সন্দৰ্ভত জানিব পৰা হোৱা নাই ৷

Exit mobile version