Meghalaya:মেঘালয়ত সংঘটিত ভূমিস্খলনৰ বাবে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি যানবাহন চলাচলত বাধাৰোপ

flood in meghalaya

Meghalaya:

চুবুৰীয়া পাৰ্বত্য ৰাজ্য মেঘালয়ৰ লুমস্নোগত হোৱা বানপানী আৰু কুলিয়াঙত ভূমিস্খলনৰ বাবে পুনৰ জাননী নিদিয়ালৈকে জোৱাই -বদৰপুৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সকলো ধৰণৰ যানবাহনৰ চলাচলত বাধাৰোপ কৰিছে মেঘালয় আৰক্ষীয়ে

ADVERTISEMENT

ইফালে মেঘালয়ৰ গাঁও বুঢ়া সকলেও এই বিধ্বস্ত পথছোৱা ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰাৰ স্বাৰ্থত বুধবাৰৰ ৰাতিপুৱাৰ পৰা কোনো যানবাহন চলিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছে।

Exit mobile version