State Cabinet Meeting in Loksewa Bhawan:
জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
পুনৰ গঠন হ’ব ৰাজ্যৰ পঞ্চায়ত সমূহ ৷
ADVERTISEMENT
৩০ আগষ্টৰ ভিতৰত পুনৰ গঠন হ’ব পঞ্চায়ত ৷
এটা উন্নয়ন খণ্ডত সৰ্বাধিক ১৭ খন পঞ্চায়ত থাকিব ৷
পঞ্চায়তৰ পাছতে পুনৰ গঠন হ’ব উন্নয়ন খণ্ড সমূহ ৷
ছেপ্তেম্বৰৰ ভিতৰত পুনৰ গঠন হ’ব উন্নয়ন খণ্ড ৷