A Chicken Egg Costs Rs. 100:এটা কুকুৰাৰ কণীৰ মূল্য ১০০ টকা,কিন্ত কিয়

egg

A Chicken Egg Costs Rs. 100:

সাধাৰণতে বজাৰত কুকুৰাৰ এটা কণী বর্তমানে ছয়-সাত টকা মূল্যত বিক্ৰী কৰা হয়। অৱশ্যে বিশেষ প্রজাতিৰ কেতবোৰ কুকুৰাৰ কণীৰ মূল্য ১০-১৫ টকাও নির্ধাৰণ কৰা হয়। কিন্তু এইবাৰ ভাৰতৰ বজাৰত বিক্ৰী কৰা হৈছে ১০০ টকা মূল্যৰ প্ৰতিটো কুকুৰাৰ কণী।

ADVERTISEMENT

অন্ধ্র প্রদেশ, তামিলনাডু, চত্তিছগড় আৰু ওড়িছাত বিশেষ প্ৰজাতিৰ কুকুৰা পালন কৰা হয়। অচিল প্রজাতিৰ কুকুৰাৰ কণীৰ মূল্য অধিক হয়। এই প্ৰজাতিৰ কুকুৰাই বছৰি গড়ে মাত্র ৬০-৭০ টা কণী পাৰে।

এই কাৰণতে অচিল প্ৰজাতিৰ কুকুৰাৰ কণী ভাৰতীয় বজাৰত ১০০ টকাত বিক্ৰী কৰা হয়। অচিল কুকুৰাৰ মূল্যও কড়কনাথ প্রজাতিতকৈ অধিক হয়।

Exit mobile version