Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

publisher by publisher
June 25, 2024
in Food, Health
Reading Time: 2 mins read
0
dal
3
SHARES
25
VIEWS
ShareShareShareShare

Penefits of Porridge:কোনবিধ দাইলত কি পুষ্টিগুণ আছে সেই বিষয়ে আমি কিমান জানো ?

# কি দাইলৰ কি উপকাৰিতা?

ADVERTISEMENT

ভাত-দাইল শব্দটো আমাৰ অসমীয়া সমাজৰ বাবে অতি পৰিচিত। ভাতৰ স’তে বহুতকে দাইল লাগিবই। বহুতে ৰুটিৰ স’তেও দাইল খায়। নানান স্বাদৰ ব্যঞ্জনৰ স’চে নানা ধৰণৰ দাইল ব্যৱহাৰ কৰা হয়। মণ্ড, মচুৰ, ৰহৰ, মটৰ, বুট ইত্যাদি অনেক প্ৰকাৰৰ দাইল আমাৰ পাতত থাকে। কিন্তু কোনবিধ দাইলত কি কি পুষ্টিগুণ আছে সেই বিষয়ে আমি কিমান জানো?

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

➡️ কেঁচা মণ্ড দাইলত আছে প্রচুব পৰিমাণৰ প্ৰ’টিন, ভিটামিন ‘বি’, পটাছিয়াম, মেগনেছিয়াম, ফ’লেট, মেংগানিজ, কপাৰ, জিংক আৰু ফাইবাৰ। সেয়ে এই দাইল যেনে সুস্বাদু সিমানেই পুষ্টিকৰ।

➡️ মচুৰ দাইলত প্ৰ’টিন, পটাছিয়াম, ফাইবাৰ, এচেন্সিয়েল এমিন’ এচিড, আয়বন, ভিটামিন ‘বি-১’ প্ৰচুৰ পৰিমাণে থকাৰ বাবে এইবিধ দাইল অত্যন্ত পুষ্টিকৰ। এইবিধ দাইলে তেজত শৰ্কৰা আৰু কলেষ্টেৰলৰ মাত্রা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ⇨ ৰহৰ দাইল অত্যন্ত পুষ্টিকাৰক। এই দাইলত কেলছিয়াম, আয়ৰন, মেগনেছিয়াম, ফলিক এচিড, ভিটামিন ‘বি’ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে আছে।

➡️ বুটৰ দাইলত আছে প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন, আয়ৰন, জিংক, মেংগানিজ, ফাইবাৰ, কপাৰ, ফ’লেট, মলিবডেনামৰ দৰে জৰুৰী উপাদান। এই উপাদান আমাৰ শৰীৰৰ স্বাস্থ্যৰ বাবে অতি জৰুৰী। এই দাইল যিমান সুস্বাদু, সিমানেই পুষ্টিকৰ।

➡️ ঔটেঙা দিয়া মাটিমাহৰ দাইলৰ আঞ্জা আৰু সৰু মাছৰ ভাজি। শুনিলেই অসমীয়াৰ জিভাৰ পানী পৰে। বিশেষকৈ অসমীয়া সমাজব ভোজত মাটিমাহৰ গুৰুত্ব অপৰিসীম। আচলতে ভোজ বুলিলে কিছু বেছিকৈয়ে পেটলৈ যাব পাৰে। সেই ক্ষেত্ৰত হজমৰ সমস্যা দূৰ কৰে মাটিমাহৰ দাইলে। এইবিধ দাইলত প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন আছে।,

➡️ আপুনি বাৰু বর্ধিত ওজনৰ বাবে চিন্তিত নেকি? তেন্তে ভাতৰ পাতত ৰাজমাৰ আঞ্জা ৰাখিবলৈ আৰম্ভ কৰক। ৰাজমাত আছে প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন আৰু ফাইবাৰ, যি তেজত কলেষ্টেৰলৰ মাত্ৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HealthPenefits of Porridge
publisher

publisher

Related Posts

Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে
Health

August 13, 2025
GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !
News

July 19, 2025
Sudden Increase in deaths among youth: যুৱকৰ মাজত আকস্মিক মৃত্যু বৃদ্ধিৰ আঁৰত

July 8, 2025
ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ
Health

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

April 8, 2025
Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !
Health

Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !

February 26, 2025
HKU5-CoV-2:চীনত বাদুলিৰ দেহত সন্ধান পোৱা গ’ল নতুন ক’ৰনা ভাইৰাছ
International

HKU5-CoV-2:চীনত বাদুলিৰ দেহত সন্ধান পোৱা গ’ল নতুন ক’ৰনা ভাইৰাছ

February 22, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d