GRP Seize Gold biscuits at New Bangagaon Railway station:নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জিআৰপিৰ অভিযানত জব্দ সোণৰ বিস্কুট

GOLD1

GRP Seize Gold biscuits at New Bangagaon Railway station:

➡️নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জিআৰপিৰ অভিযান

➡️কাজিৰঙা এক্সপ্ৰেছত অৰ্তকিতে চলোৱা
অভিযান জব্দ হয় ১৮টা সোণৰ বিস্কুট ৷

➡️অভিযান জব্দ হয় বহু বিদেশী মুদ্ৰাও ৷

➡️গ্ৰেপ্তাৰ হয় চাৰি সৰবৰাহকাৰী ৷

➡️অধিক তথ্যৰ বাবে জি আৰ পিৰ মাৰাথন জেৰা সৰবৰাহকাৰী কেইটাক ৷

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জিআৰপিৰ অভিযানত জব্দ সোণৰ বিস্কুট

 

Exit mobile version